ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ দহটা লখিমপুৰত উজ্বলিল পাঁচজনকৈ মেধাৱী।বানে গৰকা জিলাখনত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত উজ্বলিল গুৰুজ্যোতি একাডেমী নাৰায়ণপুৰৰ দেৱিষ্মা প্রিয়া বৰা।মুঠ নম্বৰ লাভ কৰিছে ৫৯১।অসমীয়া ৯৭,ইংৰাজী ৯৭,সাধাৰণ গণিত ১০০,সাধাৰণ বিজ্ঞান ১০০,সমাজ বিজ্ঞান ৯৭ আৰু ঐচ্ছিক গণিত ১০০।
ষষ্ঠ স্থানত একেখন বিদ্যালয়ৰে ৰনোজজ্যোতি বৰুৱা।মুঠ নম্বৰ লাভ কৰিছে ৫৮৮।অসমীয়া ৯৭, ইংৰাজী ৯৮,সাধাৰণ গণিত ১০০,সাধাৰণ বিজ্ঞান ৯৭, সমাজ বিজ্ঞান ৯৬ আৰু ঐচ্ছিক গণিত ১০০।
সপ্তম স্থানত জিলাখনৰ নৰ্থ লখিমপুৰ চেণ্ট মেৰিজৰ হাইস্কুলৰ অভিলাশা দত্ত।মুঠ নম্বৰ লাভ কৰিছে ৫৮৭।অষ্টম স্থানত জিলাখনৰ ব্ৰুক ফিল্ড স্কুলৰ চিমৰণ বৰা।মুঠ নম্বৰ লাভ কৰিছে ৫৮৬।
দশম স্থানত জিলাখনৰ নৰ্থ লখিমপুৰ চেণ্ট মেৰিজ হাইস্কুলৰ দীৱাইজ বিকাশ উত্তীণ হৈছে।মুঠ নম্বৰ লাভ কৰিছে ৫৮৪।অসমীয়া ৯০, ইংৰাজী ৯৭, সাধাৰণ গণিত ১০০,সাধাৰণ বিজ্ঞান ৯৯,সমাজ বিজ্ঞান ৯৮, ঐচ্ছিক গণিত ১০০।উল্লেখ যে জিলাখনত সৰ্বাধিক উত্তীণ হাৰ হৈছে ৭৪.২৫%।













