ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ দহটা স্থানত সৰ্বাধিক ছয় গৰাকী মেধাৱীয়ে উজ্বলিল নলবাৰী জিলা।শীর্ষ তৃতীয় স্থানত উজ্বলিল জিলাখনৰ জ্যোতিশমান দেৱ শৰ্মা।শংকৰদেৱ শিশু বিদ্যা নিকেটন, বৰভাগ।মুঠ নম্বৰ লাভ কৰিছে ৫৯১।
চতুৰ্থ স্থান লাভ কৰিছে নমস্যা ডেকা।লিটল ফ্লাৱাৰ স্কুল নলবাৰী, মুঠ নম্বৰ লাভ কৰিছে ৫৯০।পঞ্চম স্থান লাভ কৰিছে হীৰকজ্যোতি বৈশ্য।কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়।মুঠ নম্বৰ লাভ কৰিছে ৫৮৯।নৱম স্থান দখল কৰিছে জিলাখনৰ দুজনকৈ মেধাৱীয়ে।শংকৰদেৱ।
শিশু নিকেটন,বাঁহৰঘাট মাসুম মেহতাব।মুঠ নম্বৰ লাভ কৰিছে ৫৮৫।অন্যজন।হৈছে একেখন বিদ্যালয়ৰে ইমন বৈশ্য।মুঠ নম্বৰ ৫৮৫লাভ কৰিছে।দশম স্থান দখল কৰিছে আনন্দ বিদ্যা নিকেটন, নলবাৰী শসাংক হালৈয়ে।তেওঁ লাভ কৰিছে মুঠ নম্বৰ ৫৮৪।













