ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাজ্যত পুনৰ ৬৯ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰ’ণা ভাইৰাছত। ইয়াৰে ১৩ জন কামৰূপত, ১১ জন যোৰহাটৰ, ৯ জন নগাঁওৰ, ৮ জন হোজাইৰ, ৫ জন কৰিমগঞ্জৰ, ৫ জন ধেমাজিৰ, ৪ জন লক্ষীমপুৰৰ, ৪ জন গোলাঘাটৰ, ৩ জন হাইলাকান্দিৰ, ৩ জন কামৰূপৰ (Rural), আৰু ১ গৰাকীকৈ ৰোগী পোৱা গৈছে ক্ৰমে কাছাৰ, দৰং, শোণিতপুৰ আৰু শালমাৰাৰ। ইয়াৰ সৈতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১৪৫ জন আৰু ক’ৰ’ণা মুক্ত হৈছে ৭৮৪ জন।













