ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কানপুৰত দুষ্কৃতিকাৰীৰ সৈতে এনকাউন্টাৰত মৃত্যু ৮ আৰক্ষীৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 3, 2020
Reading Time: 1 min read
A A
0
কানপুৰত দুষ্কৃতিকাৰীৰ সৈতে এনকাউন্টাৰত মৃত্যু ৮ আৰক্ষীৰ

0 1 e1574345654996 6 1 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

নিউজ ডেস্ক:

দুষ্কৃতিকাৰী ধৰিবলৈ গৈ হোৱা এনকাউণ্টাৰত এজন ডেপুটি পুলিচ চুপাৰ, তিনিজন ছাব ইনস্পেক্টৰ, চাৰিজন কনস্টেবলসহ মুঠ আঠজন আৰক্ষীৰ মৃত্যু হৈছে কানপুৰত। আন চাৰিজন আহত অৱস্থাত হস্পিটেলত চিকিৎসাধীন হ’বলগা হৈছে। আনহাতে, আৰক্ষীৰ গুলিত মৃত্যু হৈছে তিনিজন দুষ্কৃতিকাৰীৰো।

UP Police PTI | ASSAM TIMES POST

বৃহস্পতিবাৰে মাজনিশা এই ঘটনা ঘটিছে উত্তৰ প্রদেশৰ কানপুৰৰ বিকাৰু গাঁৱত। আৰক্ষী লোক কেইজনৰ মৃত্যুত শোক প্রকাশ কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে।আৰক্ষী সূত্রত প্ৰকাশ, বিকাশ ডুবে নামৰ এক কুখ্যাত দুষ্কৃতিকাৰীক ধৰিবলৈ বিকাৰুলৈ গৈছিল আৰক্ষীৰ দলটো। বিকাশৰ নামত ৬০টাৰো অধিক গোচৰ আছে। সম্প্রতি এক হত্যাৰ গোচৰত নাম জড়িত হৈ পৰাত তাক ধৰিবলৈ যায় আৰক্ষী।

কিন্তু গাঁৱত প্ৰৱেশৰ পথ আছিল বন্ধ। জেচিবি ৰাখি পথ বন্ধ কৰি দিয়া হৈছিল। ফলত গাড়ীৰ পৰা নামি আৰক্ষী গাঁৱত প্ৰৱেশ কৰিব লওঁতেই ধাৰাসাৰ গুলিবৰ্ষণ আৰম্ভ কৰে দুষ্কৃতিকাৰীৰ দলটোৱে। আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ ছাদত উঠি তিনি দিশৰ পৰা আৰক্ষীৰ ওপৰত গুলি চলোৱা হয়। তাতেই মৃত্যু হয় আঠগৰাকী আৰক্ষীৰ। আৰক্ষীৰ প্ৰত্যুত্তৰত বিকাশৰ তিনি সঙ্গীৰ মৃত্যু হ’লেও বিকাশক ধৰিব নোৱাৰে আৰক্ষীয়ে।

বিকাশৰ বিৰুদ্ধে অভিযানৰ খবৰ পায়ে পৰিকল্পনা কৰিয়েই এই দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল বুলি দাবী আৰক্ষী বিষয়াৰ। কানপুৰৰ এডিজি জেএন সিঙে জনোৱা মতে, পৰিস্থিতিৰ মোকাবিলাত কনৌজ আৰু কানপুৰৰ দেহাতৰ পৰা বিশাল আৰক্ষী বাহিনী অনা হৈছে।ইফালে নিহত আৰক্ষীৰ পৰিয়ালৰ প্রতি সমবেদনা ব্যক্ত কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে। ঘটনাৰ প্ৰতিবেদনো বিচাৰিছে তেওঁ। দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে ডিজিপি এইচচি অবস্তীক নির্দেশ দিছে আদিত্যনাথে।

Tags: featured3
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

by Staff Reporter
July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

by Staff Reporter
July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx