ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বাস্তৱ : মাতৃ স্নেহৰ আন এক উদাহৰণ এজনী হাতী

ASSAM TIMES POST by ASSAM TIMES POST
July 3, 2020
Reading Time: 1 min read
A A
0
বাস্তৱ : মাতৃ স্নেহৰ আন এক উদাহৰণ এজনী হাতী

0 1 e1574345654996 6 1 2 | ASSAM TIMES POST ASSAM TIMES POST

নিউজ ডেক্স:

পথত থকা বাধাক অতিক্ৰম কৰিবলৈ এটা হাতী পোৱালিৰ বাৰম্বাৰ চেষ্টা৷ এই বাধাক জয় কৰাবলৈ পোৱালিটোৰ মাকে যি সহায় কৰিলে তাৰ ভিডিঅ’টো সম্প্ৰতি ছচিয়েল মিডিয়াত বিভিন্ন মহলৰ মাজত আলোচ্যৰ বিষয় হৈ পৰিছে৷ হাতী পোৱালিটোৱে পথৰ কাষত থকা যানবাহন চলাচলত বিপদত নপৰিবৰ বাবে দিয়া সৰু পকী বেৰা যাক প্ৰতিবন্ধক ৰূপে ৰখা হয়, সেইখন পাৰ হ’বৰ বাবে যত্ন কৰে৷ মন কৰিব লগা যে মাকৰ সৈতে পাৰ হ’বলৈ লোৱা ঠাইখন হ’ল এনিমেল কৰিডৰ৷

This little Elephant calf was blessed to get the help from its mother. Not every animal are that lucky. Such structures are also the reason for roadkills. High time to rethink& plan animal friendly linear projects that pass through d forests& corridors. Video shared by an officer pic.twitter.com/USAcWizJYZ

— Sudha Ramen 🇮🇳 (@SudhaRamenIFS) July 3, 2020

RELATED POSTS

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

হাতীৰ সৈতে পোৱালিটো সেই স্থান পোৱাৰ পাছতে আহিল সমস্যা৷ মাক হাতীজনে হেলাৰঙে পাৰ হ’ল যদিও প্ৰতিবন্ধক হ’ল পোৱালিটোৰ বাবে৷ পোৱালিটোৱে যত্ন কৰি থকাৰ সময়ত মাক আগবাঢ়ি গৈছিল৷ কিন্তু নিজৰ সন্তানক কাষত নাপায় ঘুৰি চালে৷ দেখিলে পোৱালিটোৱে প্ৰতিবন্ধক অতিক্ৰম কৰিব পৰা নাই৷

তেতিয়া সন্তান স্নেহত বন্দী মাক পোৱালিটোৰ কাষলৈ আহিল৷ প্ৰথমে পোৱালিটোক দেখুৱালে পাৰ হোৱাৰ নিয়ম৷ কিন্তু উপায় নাই৷ সৰু পোৱালিটোৱে নোৱাৰে৷ লগে লগে মাকে পোৱালিটোক শূৰডালেৰে পাছফানৰ পৰা আকোঁৱালি লৈ পথৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰালে৷

তাৰ লগে লগে পোৱালিটোৱে পুনৰ মাকৰ লগত অৰণ্যলৈ আগবাঢ়ি যাবলৈ সক্ষম হ’ল৷ এই সম্পূৰ্ণ দৃশ্য ভিডিঅ’ ৰূপে ৰাখি থলে ভাৰতীয় বন সেৱা (আইএফএছ) বিষয়া সুধা ৰামেনে৷ বিষয়াজনৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাত বিভিন্নজনৰ বাবে আকৰ্ষণৰ বিষয় হৈ পৰিছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

by News Desk
July 29, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
ADVERTISEMENT
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

July 30, 2026
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx