ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৩ বছৰত বিয়া পাতিয়ে ইছলাম ধৰ্ম গ্ৰহণ : অদম্য ইচ্ছাশক্তিৰে তেওঁ হৈছিল বলিউডৰ ‘মাষ্টাৰজী’

News Desk by News Desk
July 4, 2020
Reading Time: 1 min read
A A
0
১৩ বছৰত বিয়া পাতিয়ে ইছলাম ধৰ্ম গ্ৰহণ : অদম্য ইচ্ছাশক্তিৰে তেওঁ হৈছিল বলিউডৰ ‘মাষ্টাৰজী’

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন :

বি-টাউনত এটাৰ পিছত আনটো দুঃসংবাদ। ইৰফান খান, ঋষি কাপুৰ, ৱাজিদ খান, সুশান্ত সিং ৰাজপুতৰ পিছত বৃহস্পতিবাৰে মাজনিশা হৃদৰোগত আক্রান্ত হৈ প্রয়াত হৈছিল বলিউডৰ বিখ্যাত কৰিঅগ্রাফাৰ সৰোজ খান। কিংবদন্তিৰ মৃত্যুত শোকৰ ছায়া নামি আহিছে টিনছেল টাউনত।  কৰিঅগ্রাফিৰ জনপ্রিয়তাৰ লগে লগে তেওঁৰ ব্যক্তিগত জীৱনো ট্ৰেজেডিৰ দৰে। ১৩ বছৰ বয়সত বিয়া, তাৰ পিছত ইছলাম ধর্ম গ্রহণ, সন্তানৰ মৃত্যু, স্বামীৰ গোপন সম্পর্ক এই সমস্ত যন্ত্রণা সহ্য কৰিও নিজৰ মনৰ অদম্য ইচ্ছাতেই আজি তেওঁ বলিউডৰ ‘মাষ্টাৰজী’।

sk3 | ASSAM TIMES POST

বৃহস্পতিবাৰে মাজনিশা প্রয়াত হয় সকলোৰে প্রিয় মাষ্টাৰজী সৰোজ খান।  ১৭ জুনৰ পৰাই বান্দ্রাৰ গুৰুনানক  হস্পিটেলত ভর্তি হৈ আছিল তেওঁ। চিকিৎসাধীন অৱস্থাতে মাজনিশা হৃদৰোগত আক্রান্ত হৈ প্রয়াত হয় সৰোজ খান। নিজৰ হাতেৰে যিয়ে বি-টাউন গঢ়িছিল সেই কিংবদন্তিৰ  মৃত্যুত শোকৰ ছায়া নামি আহে টিনছেল টাউনত।

 ২ হাজাৰৰো অধিক গানত কৰিঅগ্রাফি কৰিছে সৰোজে। বলিউডত চাৰি দশকৰ বেছি সময় ধৰি জড়িত আছিল তেওঁ। বলিউডৰ  এটা যুগৰ অৱসান হ’ল তেওঁৰ মৃত্যুত।  মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ।  কেৰিয়াৰত সাফল্যৰ আঁৰতো আছে এক গভীৰ ইতিহাস। মাত্র ৩ বছৰ বয়সতেই পেটৰ তাড়নাত কামত নামিবলগা হৈছিল সৰোজক। জীবনৰ হাজাৰ উত্থান-পতনৰ পিছত বৰ্তমান তেওঁ বলিউডৰ অন্যতম সফল কৰিঅগ্রাফাৰ।

sk4 | ASSAM TIMES POST

খুব কম লোকেই জানে সৰোজ খানৰ প্ৰকৃত নাম নির্মলা নাগপাল। তেওঁৰ পিতৃৰ নাম কিশনচাঁদ সাধু সিং আৰু মাতৃৰ নাম ননি সাধু সিং। দেশ বিভাজনৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ গুচি আহে সৰোজৰ পৰিয়াল। মাত্র ৩ বছৰ বয়সৰ পৰাই শিশুশিল্পী হিচাবে চলচ্চিত্রত কাম আৰম্ভ কৰিছিল সৰোজ খানে। তাৰ পিছৰ পৰাই আৰম্ভ হয় জীবনৰ প্ৰকৃত যুদ্ধ।

৫০ৰ দশকৰ পৰাই বেকগ্রাউন্ড শিল্পী হিচাপে কাম আৰম্ভ কৰিছিল সৰোজে।  কৰিঅগ্রাফাৰ বি শোহনলালৰ ওচৰত নাচৰ তালিম লৈছিল সৰোজে। সেয়া ১৯৭৪ৰ কথা । ‘গীতা মেৰা নাম’ ছবিত কৰিঅগ্রাফিৰ মাধ্যমেৰেই বলিউডত অভিষেক হয় সৰোজ খানৰ। তাৰ পিছত এখনৰ পিছত আন এখন ছবিত কৰিঅগ্রাফি কৰিছে সৰোজ খানে।  গুৰুৰ কৰিঅগ্রাফিতেই তেতিয়া নৃত্য কৰিছিল সৰোজে। তাৰ পিছত নৃত্যৰ গুৰু বি শোহনলালৰ সৈতেই বিবাহ বন্ধনত সোমাইছিল তেওঁ। বয়স তেতিয়া মাত্র ১৩। শোহনলালৰ বয়স ৪১। সেই  ১৩ বছৰ বয়সতেই ইছলাম ধর্ম গ্রহণ কৰিছিল সৰোজ খানে। সম্পূর্ণ নিজৰ ইচ্ছাতেই তেওঁ গ্রহণ কৰিছিল ইছলাম ধৰ্ম।

sk2 | ASSAM TIMES POST

২৮ বছৰ ডাঙৰ শোহনলালৰ সৈতে সংসাৰ পাতে তেওঁ। সৰোজৰ পূৰ্বেও পত্নীৰ সৈতে চাৰিটি সন্তান আছিল তেওঁৰ। সেই কথাও সৰোজক গোপন কৰিছিল শোহনলালে। এয়া আছিল তেওঁৰ দ্বিতীয় বিবাহ। কিন্তু শোহনলালৰ সৈতে সংসাৰ সুখৰ নাছিল সৰোজৰ। বিয়াৰ এবছৰৰ ভিতৰতেই প্রথম সন্তান ৰাজু খানৰ জন্ম হয়। পুনৰ দুবছৰৰ মূৰত পুত্র সন্তানৰ জন্ম দিয়ে সৰোজে।  কিন্তু মাত্র ৮ মাহৰ ভিতৰতেই সেই সন্তানৰ মৃত্যু হয়। পুনৰ এক কন্যা সন্তানৰ মাক হয় সৰোজ। যাৰ নাম হিনা খান। দুই সন্তানকে নিজৰ নামৰ স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে শোহনলালে।  তাৰ পিছৰ পৰাই দূৰত্ব সৃষ্টি হয় সৰোজ আৰু শোহনলালৰ মাজত।

সম্পূর্ণ একক প্রচেষ্টাতেই দুই সন্তানক মানুহ কৰে সৰোজ খানে। মানসিকভাবে ভাঙি নপৰি নিজৰ লক্ষ্য স্থিৰ ৰাখিয়েই আজি তেওঁ বলিউডৰ মাষ্টাৰজী। তেওঁৰ হাতত ধৰিয়ে বলিউডত নতুন  যুগৰ সূচনা হৈছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

July 30, 2026
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

July 30, 2026
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx