![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
শদিয়াৰ বিধায়ক বলিন চেতিয়া ক’ৰোনা ভাইৰাছত আক্রান্ত।বিশেষ সূত্ৰ খবৰ অনুসৰি বিজেপি বিধায়ক গৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।ৰাজ্যৰ তৃতীয়গৰাকী বিধায়ক আক্ৰান্ত ক’ৰোনা ভাইৰাছত।
চেতিয়াৰ পৰিয়ালৰ সকলো লোককে কৰা হৈছে স্বাৱ টেষ্ট।সকলোকে কোৱাৰন্টাইন হৈ থকাৰ পৰামৰ্শ স্বাস্থ্য বিভাগৰ।উল্লেখ যে শেহতীয়া ভাৱে ৰাজ্যত ক’ৰোনা ভাইৰাচে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।













