![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোণা মুক্ত হৈছে ৫২২ গৰাকী। ৰাজ্যত ক’ৰোণা মুক্তৰ সংখ্যা বৰ্তমান মুঠ ১১৪১৬ গৰাকীলৈ বৃদ্ধি। ক’ৰোণা মুক্তৰ সংখ্যা বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকী।টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ৫৩৪৭ গৰাকী।













