![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৭১৫ গৰাকী। ৰাজ্যত বৰ্তমান ক’ৰোনা মুক্তৰ সংখ্যা বৃদ্ধি পালে মুঠ ১২৮৮৮ গৰাকীলৈ । টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ৫৭২৭ গৰাকী।

📌 Discharge Alert
7⃣1⃣5⃣ patients discharged today in Assam.
Always remember that good health is your biggest asset. Take care of yourself.
Best wishes!
😊Total Discharged Patients – 12888
😑Active Patients – 572710:35 PM/July 15/Day's total 715#AssamCovidCount pic.twitter.com/Y7WJ9OvUzB
— Himanta Biswa Sarma (@himantabiswa) July 15, 2020
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx