![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত গৃহৰক্ষী বাহিনীৰ গুণ্ডাগিৰী।চাৰি গৰাকী গৃহৰক্ষীৰ বাহিনীৰ কৰ্তব্যৰত জোৱানৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত এগৰাকীৰ আইনৰ ছাত্ৰ।বেয়াকৈ প্ৰহাৰ হোৱা যুৱক জনৰ নাম হৈছে ৰাজেশ ছেত্ৰী।
উল্লেখ যে প্ৰাপ্ত খবৰ অনুসৰি মেডিকেল কলেজখনত কৰ্তব্যৰত জোৱান কেইজনে থাৰমেল মেচিন থকা পাছতো ভিতৰত প্ৰৱেশ কৰা লোকক স্কেনিঙ নকৰা বাবে যুৱক জনে প্ৰশ্ন কৰিছিল।
কিয় থাৰমেল মেচিন ব্যৱহাৰ কৰা নাই।সেই কথাতে জোৱান কেইজন উগ্ৰ হৈ পৰে আৰু প্ৰশ্ন কৰা যুৱক জনক বেয়াকৈ মাৰধৰ কৰে।ইফাল সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভঙাগৰ আৰক্ষীৰ থানাত যুৱক জনৰ পৰিয়ালে চাৰি গৃহৰক্ষীৰ বাহিনীৰ জোৱানৰ বিৰুদ্ধে।













