![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ মোহময়ীৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ক’ৰোনা ভাইৰাছত আক্ৰান্ত।জ্বৰ-কাঁহত ভুগি আছিল অভিনেত্ৰী গৰাকী।তাৰ পাছতে যোৰহাটত কভিড টেষ্ট কৰাইছিল অভিনেত্ৰী গৰাকীয়ে।
ইফালে অভিনেত্ৰী গৰাকীৰ কন্যা অনুষ্কা ৰাজকুমাৰী দেহটো ধৰা পৰিছে ক’ৰোনা ভাইৰাচৰ উপস্থিতি।উল্লেখ্য যে মঙলবাৰে কভিড টেষ্ট কৰাইছিল অভিনেত্ৰী গৰাকীয়ে।আজি লাভ কৰে ফলাফল।চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰী গৰাকীক।













