![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক শিৱসাগৰৰ শিৱদল কন্ত্ৰেমেণ্ট জন ঘোষণা জিলা প্ৰশাসনৰ।শিৱদলত কৰ্মৰত এগৰাকীৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী মঙলবাৰে ক’ৰোনা ভাইৰাছৰ আক্রান্ত হোৱাৰ পাছতে জিলা প্ৰশাসনে ঘোষণা কৰিছে কন্ত্ৰেমেণ্ট জন।
আক্ৰান্ত কৰ্মচাৰী জন সঞ্জীৱ দাস।জিলাখনৰ যমুনা ৰডৰ নিউ কলনিত ঘৰ আছিল আক্ৰান্ত দাসৰ।উল্লেখ যে কন্ত্ৰেমেণ্ট জন ঘোষণা হোৱা পাছতে শিৱদলত সকলোৱে প্ৰৱেশ বন্ধ হৈ পৰিছে।













