![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত দুদিনৰ বাবে আন্তঃজিলা যাতায়তত শিথিলতা।৩০ আৰু ৩১ জুলাইত দুদিনৰ বাবে প্ৰশাসনে মুকলি কৰা সিদ্ধান্ত লৈছে আন্তজিলা যাতায়তৰ সেৱা।এই কথা এক জাননী জৰিয়তে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
উল্লেখ যে সামাজিক দূৰত্ব মানি কৰিব লাগি ভ্ৰমণ।কণ্ট্ৰেমেণ্ট জনৰ বাসিন্দা সকলে কৰিব নোৱাৰিব ভ্ৰমণ।
গুৰুত্বপূৰ্ণ কথা এই যে যোৱাকালিৰে পৰা ৰাজ্যত আন্তঃজিলা ভ্ৰমণ বন্ধ কৰা হৈছে।













