![]()
লংকাঃ লংকা আৰক্ষী থানাৰ তিনিগৰাকী মহিলা কনিষ্টবলৰ শৰীৰত ক’ভিড পজিটিভ। দুই তিনি দিনৰ পৰা জ্বৰ আৰু কাঁহত ভোগী আছিল মহিলা কনিষ্টবল তিনিগৰাকী। আটাইকেইজনক বৰ্তমান লংকাৰ ফূলতলীস্হিত ক’ভিড হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। নাম ক্ৰমে মনালিছা বৰা কোঁচ, চম্পা বেপী আৰু মঞ্জুলা ঠেঙাল।













