![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ আকাশত হঠাৎ এক জলন্ত শিখা সদৃশ এক পোহৰ।উজনি অসমৰ আকাশত সন্ধিয়া ৬.৩০-৭.৩০ বজাত বহু লোকে প্ৰত্যক্ষ কৰে এই দৃশ্য।
সাপেখাটি, তিনিচুকীয়া আকাশত দৃশ্যমান হয় বিশেষ পোহৰটো।কিহৰ পোহৰ হব পাৰে সেইয়া বৰ্তমান জানিব পৰা হোৱা নাই।ইতিমধ্যে বিশেষ ফটোসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈছে।













