ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুখ্যমন্ত্ৰী ঘৰত মই ভাত খাবলৈ যোৱা নাই, অসমৰ কামত আহিব পৰা প্ৰকল্প এটা কাম হাতত লৈ গৈছিলোঁ-জুবিন গাৰ্গ

ASSAM TIMES POST by ASSAM TIMES POST
July 27, 2020
Reading Time: 1 min read
A A
0
মুখ্যমন্ত্ৰী ঘৰত মই ভাত খাবলৈ যোৱা নাই, অসমৰ কামত আহিব পৰা প্ৰকল্প এটা কাম হাতত লৈ গৈছিলোঁ-জুবিন গাৰ্গ

logo new 2 9 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ:

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাক লৈ নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গৰ স্পষ্টীকৰণ।’আমাৰ অসম’ কাকতত শিল্পী গৰাকীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।

“বহুদিনৰ এটা পৰিকল্পনা হাতত লৈ আমি মুখ্যমন্ত্ৰী ওচৰলৈ গৈছিলোঁ।অসমৰ থলুৱা বস্তুবোৰ লৈ এটা অৰ্থনৈতিক আন্দোলনৰ সপোন মই বহু দিনৰ পৰাই দেখি আহিছো।তাৰ বাবে সাংবাদিক মনোৰম গগৈ, মনালিছাহতৰ থলগিৰি’ৰ আৰু সীতাজখলা সৈতে জড়িত হৈ আছোঁ।আমাৰ নিজৰ গাখীৰ আছে যেতিয়া, বেলেগৰ পৰা কিয় আনিব লাগে? এইটো তেনেকুৱা এটাই পৰিকল্পনা-কেৱল এইটো বহলকৈ ভাবিছোঁ।সময়ত সকলো গম পাব।পৰিকল্পনা সফল কৰিব পাৰিলে আমাৰ বহু লৰা-ছোৱালী সংস্থাপন পাব।দুপইচা উপাৰ্জন কৰিব পাৰিব।তাৰ বাবে মুখ্যমন্ত্ৰীক লগ ধৰিব গৈছিলো”-জুবিনে এইদৰে প্ৰকাশ কৰিছে।

আমি ভবা কামটো সফল কৰিবলৈ ৰাইজৰ লগতে চৰকাৰৰো সহায় লাগিব বুলি প্ৰকাশ কৰি শিল্পী জুবিনে উল্লেখ কৰিছে এইদৰে- সৰ্বাদাক মই বানপানীৰ কথা কিনো ভাবিছে সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ।বাহিৰৰ পৰা বিশেষজ্ঞ টিম আনিম বুলি কৈছে।ক’ৰোনা আৰু লকডাউনে বিধ্বস্ত কৰা শিল্পী আৰু কলা-কৌশলী বাবে কিবা কৰিবলৈ আকৌ কৈ আহিছোঁ”।

অসম আৰু অসমীয়া স্বাৰ্থত দিছপুৰে আগবঢ়াব লাগিব সহায়ৰ হাত।সকলোতে ৰাজনীতি নহব।মাটি আৰু মানুহ ৰাজনীতিৰ উদ্ধত।সেই কথা বুজি পাব লাগিব। নুবুজিলে সময় আৰু ইতিহাসে ৰেহাই নিদিব-শিল্পী জুবিনে উল্লেখ কৰিছে এইদৰে।

অসম আৰু অসমীয়া বাবে যত যেনেকৈ প্ৰয়োজন হৈছে মাত মাতিছোঁ।কা’ আন্দোলনৰ সময়ত অসমীয়া মানুহৰ হৈ মুখ্যমন্ত্ৰীক গালি পাৰিছোঁ, মুকলি চিঠি লিখিছোঁ।এতিয়া বিশেষ কামত মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছোঁ।কোন মুখ্যমন্ত্ৰী সেইটো ডাঙৰ কথা নহয়, কিন্তু অসমৰ কামত আহিব পৰা কাম এটা মুখ্যমন্ত্ৰীজনক লগ ধৰি আমাৰ কথাবোৰ কব লাগিব।

অসম আৰু অসমীয়াৰ স্বাৰ্থত প্ৰয়োজন হলে আন্দোলন কৰিছোঁ আৰু প্ৰয়োজনত দিছপুৰৰো ওচৰ চাপিম।কা’ তেতিয়াও মনা নাই আৰু এতিয়াও নামানো।অৰ্থনৈতিক আন্দোলনত সকলো একলগ লাগে।অসমীয়াক ক্ষতি কৰা কা’ কেতিয়াও মানি নলও, কা বাতিল হবই লাগিব- শিল্পী গৰাকীয়ে এইদৰে উল্লেখ কৰিছে।

বানপানী আৰু বিদেশীৰ বিষয়ত ৰাজনীতি কৰিব নাপায়।অসম- অসমীয়া ক্ষতি হয়।অসম আৰু অসমীয়াক ক্ষতি কৰি কৰা ৰাজনীতি অৰ্থহীন, মূল্যহীন, ভৱিষ্যতশূন্য বুলি উল্লেখ কৰি জুবিনে উল্লেখ কৰিছে এইদৰে- মুখ্যমন্ত্ৰী ঘৰত মই ভাত খাব যোৱা নাই।নিজৰ কামটো যোৱা নাই। অসমৰ কামত আহিব পৰা প্ৰকল্প এটা কাম হাতত লৈ গৈছিলোঁ”।

গুৰুত্বপূৰ্ণ কথা এই যে মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে জুবিনক লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছিল সমালোচনা।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx