ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সামাজিক মাধ্যমত অকৰ্তৃত্বশীল ভাৱে পতাকা আৰু প্ৰতীক ব্যৱহাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিক্ৰিয়া:

ASSAM TIMES POST by ASSAM TIMES POST
July 29, 2020
Reading Time: 1 min read
A A
0
সামাজিক মাধ্যমত অকৰ্তৃত্বশীল ভাৱে পতাকা আৰু প্ৰতীক ব্যৱহাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিক্ৰিয়া:

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

জিতেন বৰকটকী:

নগাঁও : উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অৰাজনৈতিক-ধৰ্মীয়-শৈক্ষিক-সামাজিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতীক কোনো লোকে অকাৰণত ব্যৱহাৰ কৰা সম্পৰ্কত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শীৰ্ষ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰাই স্বাক্ষৰ কৰা এখন পত্ৰযোগে জানিবলৈ দিয়া মতে, সামাজিক মাধ্যমত বহুলোকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পতাকা আৰু প্ৰতীক অকৰ্তৃত্বশীল ভাৱে ব্যৱহাৰ কৰিছে ৷ সঙ্ঘৰ যি পতাকা আৰু প্ৰতীক সেয়া কেৱল সঙ্ঘই সাংবিধানিক ভাৱে গঠন কৰা প্ৰাথমিকৰ পৰা আৰম্ভ কৰি মূলৰ লগতে সঙ্ঘৰ আন-আন উপসমিতি সমূহেহে ব্যৱহাৰ কৰিব পাৰে ৷

দুৰ্ভাগ্যজনক ভাৱে বহুতেই কৰা এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে আগলৈ এনে দুষ্কাৰ্য নকৰিবলৈ সকিয়নী প্ৰদান কৰে । লগতে অনতিপলমে ফেচবুক বা ৱাটচআপৰ গ্ৰুপৰ পৰা সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমতি অবিহনে অকৰ্তৃত্বশীল ব্যৱহাৰ কৰা পতাকা আৰু প্ৰতীক পোন্ধৰ দিনৰ ভিতৰত আতৰ নকৰিলে বা অনুমতি নল’লে আইনী ব্যৱস্থা ল’বলৈও সঙ্ঘ পৰিয়াল সাজু বুলি পদাধিকাৰ আৰু প্ৰধান সম্পাদকে সদৰি কৰে ৷

আনহাতে, এটা সংবাদ গোষ্ঠীয়ে নিজৰ ফেচবুক পেজত প্ৰকাশ কৰা এক বিতৰ্কিত বাৰ্তাক কেন্দ্ৰ কৰিও শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সঙ্ঘৰ নেতৃত্বই জনোৱা মতে, পেজটোত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ আসনখনত এগৰাকী বিশেষ ব্যক্তিক অধিষ্ঠিত কৰাৰ বাবে সদৌ অসম সংখ্যালঘু যুৱ ছাত্ৰ পৰিষদ নামৰ এটা সংগঠনে দাবী তুলিছে ৷

মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত এটা পৱিত্ৰ ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ সৰ্বোচ্চ সন্মানীয় আসনখনকলৈ কৰা বিতৰ্কিত প’ষ্টটোৰ সৈতে যিটো সংগঠনৰ নাম জড়িত কৰা হৈছে তেওঁলোকৰ নেতৃত্বক ইয়াৰ সত্যতা সম্পৰ্কে স্থিতি স্পষ্ট কৰিবলৈও সঙ্ঘই আহ্বান জনায় ।

লগতে যিটো ডিজিটেল সংবাদ গোষ্ঠীয়ে এই বাৰ্তা প্ৰচাৰ কৰিছে তেওঁলোককো শীঘ্ৰেই বাতৰিৰ সত্যতাৰ তথ্য ৰাজহুৱা কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰত্যাহ্বান জনায়৷ আনহাতে এই বিতৰ্কিত প’ষ্টটোৰ সন্দৰ্ভত ইতিমধ্যেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আইনী প্ৰক্ৰিয়াৰ দিশে আগবাঢ়িছে বুলিও শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে৷

Tags: Featured2
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx