ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সুচল পথৰ দাবীত হাহাকাৰ শতায়ু গৰকা গাঁওঃ বোকাজানত পথ নিৰ্মাণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
July 31, 2020
Reading Time: 1 min read
A A
0
সুচল পথৰ দাবীত হাহাকাৰ শতায়ু গৰকা গাঁওঃ বোকাজানত পথ নিৰ্মাণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

ডিফু: এটা সুচল পথৰ বাবে বছৰৰ পিছত বছৰ ধৰি চৰকাৰৰ মুখলৈ চায়ো কোনো সুফল নাপাই অৱশেষত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বোকাজান মহকুমাৰ ছখনকৈ গাঁৱৰ ৰাইজে। স্থানীয় লোকসকলে দাবী কৰা অনুসৰি বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুহেজাৰৰো অধিক জনবসতিপূৰ্ণ চেছং বে’, লাইচান গাঁও, মহৰি টকবি গাঁও, চিকাৰী বে’ গাঁও, চিনি টেৰণ গাঁও আৰু হেমছিং হাঞ্চে আদি গাঁওসমূহ স্থাপন হোৱা শতবৰ্ষ অতিক্ৰম কৰিছে যদিও এলেকাটোৰ উন্নয়নৰ বাবে চৰকাৰে আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই।

WhatsApp Image 2020 07 31 at 10.39.51 PM | ASSAM TIMES POST

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোজিত হৈ থকা উক্ত গাঁওসমূহলৈ আহ-যাহ কৰা পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় গাঁওবাসীয়ে বহু আবেদন নিবেদন কৰি অহাৰ পিছতো আজি পৰ্যন্ত এইসকল লোকৰ এনে আবেদনক কোনো গুৰুত্ব প্ৰদান কৰা নহ’ল। এলেকাটোৰ পথছোৱাৰ মাজত থকা লাইচান নামৰ জানটোৰ ওপৰত কোনো দলং আদি নিৰ্মাণৰ ব্যৱস্থা নোহোৱাৰ ফলত ৰাইজে বিপদসংকুলভাৱে উক্ত পথেৰে যাতায়ত কৰিবলগীয়া হৈ আহিছে।

WhatsApp Image 2020 07 31 at 10.39.52 PM 1 | ASSAM TIMES POST

উক্ত পথছোৱাৰ চৰম দুৰৱস্থাৰ পিছতো চৰকাৰে ইয়াক যাতায়তৰ সুচল কৰি তোলাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত গাঁও কেইখনৰ লোকসকলে আজি ওলাই আহি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। গাঁৱৰ যুৱকসকলে আজি পথছোৱাৰ ওপৰত থিয় দি অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনতিপলমে পথছোৱা নিৰ্মাণ অথবা মেৰামতিৰ ব্যৱস্থা হাতত নল’লে অনাগত দিনত নিৰ্বাচন বৰ্জনৰ দৰে সিদ্ধান্ত লোৱাৰো হুংকাৰ প্ৰদান কৰে।

প্ৰতিবাদকাৰীসকলে লগতে “ন ৰোড ন ভোট” শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে স্থানীয় লোকসকলৰ এনে প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰে ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত সম্পূৰ্ণ উলংগ প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে।

Tags: Featured2
Share4Tweet3Send

Related Posts

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx