ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মন্দিৰৰ পৰা ৩ কিলোমিটাৰ দূৰত নামিব মোডী : প্ৰস্তুত হেলিপেড, পথ

ASSAM TIMES POST by ASSAM TIMES POST
August 4, 2020
Reading Time: 1 min read
A A
0
মন্দিৰৰ পৰা ৩ কিলোমিটাৰ দূৰত নামিব মোডী : প্ৰস্তুত হেলিপেড, পথ

logo new 2 | ASSAM TIMES POST

RELATED POSTS

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

নিউজ ডেক্স:

অহা ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। বুধবাৰ পুৱা ৯:৩০ বজাত দিল্লীৰ পৰা বিমান যোগে লক্ষ্ণৌলৈ ৰাওনা হ’ব প্রধানমন্ত্রী।

লক্ষ্ণৌ বিমানবন্দৰত দিনৰ ১০:৪০ বজাত অৱতৰণ কৰিব প্রধানমন্ত্রীৰ বিমান। ইয়াৰ পিছত তেওঁ তাৰ পৰা অযোধ্যালৈ হেলিকপ্টাৰেৰে যাব৷ দিনৰ ১১:৩০ বজাত অযোধ্যাৰ ছাকেত কলনিত অৱতৰণ কৰিব তেওঁৰ হেলিকপ্টাৰ।

প্রধানমন্ত্রীৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে বিশেষকৈ নিৰ্মাণ কৰা হৈছে এই হেলিপেড। ইয়াৰ পৰা মন্দিৰলৈকে প্রায় ৩ কিলোমিটাৰ পথ৷ হেলিপেডৰ পৰা মন্দিৰ পর্যন্ত পথ বহল কৰা হৈছে। পথৰ দুই কাষে দেৱাল নিৰ্মাণ কৰা হৈছে৷

তদুপৰি ৰামায়ণৰ বিভিন্ন কাহিনীৰ ৰঙীন চিত্ৰ অংকণ কৰা হৈছে৷ এই চিত্ৰ অংকণ কৰিছে স্থানীয় আৰ্ট কলেজৰ বিদ্যাৰ্থীসকলে৷ স্থল পথেৰে দিনৰ ১২ বজাত নাগাদ ৰাম জন্মভূমি উপস্থিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী৷

Tags: featured3
Share4Tweet3Send

Related Posts

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

by Staff Reporter
July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

by Staff Reporter
July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

July 2, 2026
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

July 2, 2026
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT