ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

Staff Reporter by Staff Reporter
July 2, 2026
Reading Time: 1 min read
A A
0
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

অযোধ্যাৰ ৰাম মন্দিৰত ভক্তৰ দ্বাৰা দান কৰা কোটি কোটি টকা, অলংকাৰ আৰু বহুমূলীয়া ৰত্ন চুৰিৰ ঘটনাত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। বুধবাৰে অযোধ্যা আৰক্ষীয়ে জনোৱা মতে, ২০২৫ চনৰ আৰম্ভণিতে কুম্ভমেলাৰ সময়ত ৰাম মন্দিৰত সৰ্বাধিক চুৰি সংঘটিত হৈছিল। চুৰি ধনৰ অধিকাংশই ধৃত লৱকুশ মিশ্ৰ আৰু অনুকল্প মিশ্ৰৰ পকেটত সোমাইছিল। তেওঁলোক দুয়ো আত্মীয়।

Ram Mandir controversy I
কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা:

উত্তৰ প্ৰদেশ চৰকাৰে ৰাম মন্দিৰত সংঘটিত চুৰিৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূৰ্ণাংগ আৰু নিৰপেক্ষ তদন্ত হ’ব বুলি আশ্বাস দিছে। দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। অভিযুক্তৰ হৈ আদালতত আবেদন নকৰিবলৈও তেওঁ অধিবক্তাসকলক নিৰ্দেশ দিছে। এই ঘটনাত এতিয়ালৈকে আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লৱকুশ আৰু অনুকল্পৰ উপৰি এই তালিকাত অবিনাশ শুক্লা, মনীষ কুমাৰ যাদৱ, কৰুনেশ পাণ্ডে, সুভাষ শ্ৰীবাস্তৱ, ৰামশংকৰ মিশ্ৰ আৰু ৰামশংকৰ যাদৱৰ নাম আছে। মঙলবাৰে তেওঁলোকক ঘণ্টাৰ পিছত ঘণ্টা ধৰি এছআইটিয়ে জেৰা কৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে এই আঠজন লোকে সমগ্ৰ ষড়যন্ত্ৰৰ ৰচনা কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, কুম্ভমেলাৰ পূৰ্বেও একাংশ অভিযুক্ত সৰু সৰু চুৰিৰ লগত জড়িত আছিল। কিন্তু কুম্ভমেলাৰ সময়ত হঠাৎ ৰাম মন্দিৰলৈ আগবঢ়োৱা অনুদানৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। সেই সুযোগেই গ্ৰহণ কৰে অভিযুক্তই।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ২০২৫ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰীলৈকে ৰাম মন্দিৰ ট্ৰাষ্টে ৮২.৭৮ কোটি টকাৰ অনুদান লাভ কৰিছিল। ২০২৪ চনৰ জানুৱাৰী মাহত উদ্বোধনৰ পৰা লাভ কৰা অনুদানৰ ভিতৰত তেওঁলোকে বিভিন্ন খণ্ডত ২১০০ কোটি টকা বিনিয়োগ কৰিছে।

Tags: কাৰ পকেটলৈ গৈছেকুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰতদানৰ বেছিভাগ ধন?হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT