ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Staff Reporter by Staff Reporter
July 2, 2026
Reading Time: 1 min read
A A
0
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

নিজৰ বন্ধুৰ বেয়া সময়ত কাষত থিয় দিছে ভাৰতে। শেহতীয়াকৈ চাৰি বছৰীয়া ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াই শক্তি সংকটৰ সন্মুখীন হৈছে। এই আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ ৰাছিয়াই ভাৰতৰ পৰা গেছ’লিন (পেট্ৰ’ল) আমদানি কৰিবলৈ আৰম্ভ কৰিছে।
Russia fuel crisis I
তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়:

সূত্ৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে ৰাছিয়াই। দাবী কৰা হৈছে যে ভাৰতৰ পৰা ৰাছিয়ালৈ কমেও ৬০ হাজাৰ টন গেছ’লিন ৰপ্তানি কৰা হৈছে। অৱশ্যে নতুন দিল্লীৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ৰাছিয়াৰ শক্তি মন্ত্ৰালয়েও মুখ খোলা নাই।

ইন্ধন তেল উৎপাদনকাৰী দেশসমূহৰ ভিতৰত তৃতীয় স্থানত আছে ৰাছিয়া। ভাৰতেও বহু বছৰ ধৰি ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি আহিছে। ইয়াৰ মাজতে ৰাছিয়াৰ তেল ক্ৰয়ক লৈ আমেৰিকাৰ সৈতে ভাৰতৰ মনোমালিন্যও হৈছিল।

ৰাছিয়াত শক্তি সংকট ক্ৰমান্বয়ে তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইউক্ৰেইনে ৰাছিয়াৰ বিভিন্ন শক্তি কেন্দ্ৰ আৰু শোধনাগাৰত আক্ৰমণ চলাই আহিছে।

বৃহস্পতিবাৰেও উত্তৰ-পশ্চিম ৰাছিয়াৰ লেনিনগ্ৰাড অঞ্চলৰ তেল শোধনাগাৰ আৰু ৰপ্তানি কেন্দ্ৰত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। সেইদিনা ৰাছিয়ান বাহিনীয়ে ছখন ড্ৰোন ধ্বংস কৰে। পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে গেছ’লিনৰ যোগান অব্যাহত ৰাখিবলৈ ৰাছিয়াৰ বিভিন্ন অঞ্চলত সমস্যা আৰম্ভ কৰা হৈছে। ৰাছিয়াৰ বিভিন্ন গেছ ষ্টেচনত দীঘলীয়া শাৰী পাতিবলৈ আৰম্ভ কৰিছে।

যোৱা মঙলবাৰে ক্ৰেমলিনে বিভিন্ন দেশৰ সৈতে কথা পাতিছে বুলি উল্লেখ কৰে। সঠিক মূল্যত ইন্ধন আমদানি সন্দৰ্ভত আলোচনা চলি আছে। ইয়াৰ মাজতে ৰয়টাৰে বিভিন্ন সূত্ৰৰ ভিত্তিত বাতৰি প্ৰকাশ কৰিছে যে ৰাছিয়াই ভাৰতৰ পৰা সাগৰীয় পথেৰে গেছ’লিন আমদানি কৰিবলৈ আৰম্ভ কৰিছে।

পেট্ৰ’লিয়াম উদ্যোগৰ সৈতে জড়িত এক সূত্ৰই ৰয়টাৰক জনোৱা মতে, ভাৰতৰ পৰা কমেও ৬০ হাজাৰ টন গেছ’লিন ৰাছিয়ালৈ প্ৰেৰণ কৰা হৈছে। আন এক সূত্ৰই জনোৱা মতে, দুখন টেংকাৰ ৰাছিয়ালৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে প্ৰতিখনতে ৩০,০০০-৪০,০০০ টন গেছ’লিন আছে।

তৃতীয়টো সূত্ৰই জনোৱা মতে, ৰাছিয়াই প্ৰতিমাহে বিভিন্ন দেশৰ পৰা মুঠ ৪ লাখ টন গেছ’লিন আমদানি কৰাৰ পৰিকল্পনা কৰিছে। এই তালিকাত ৰাছিয়াৰ চুবুৰীয়া দেশ বেলাৰুছকো অন্তৰ্ভুক্ত কৰা হৈছে, য’ৰ পৰা মস্কোৱে ইতিমধ্যে শক্তি আমদানি আৰম্ভ কৰিছে।

Tags: তীব্ৰ ইন্ধন সংকটত ৰাছিয়াভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT