ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পুনৰ ৰাজ্যত ক’ৰোনামুক্ত হৈছে ১৪৭১জনঃ

ASSAM TIMES POST by ASSAM TIMES POST
August 6, 2020
Reading Time: 1min read
0
পুনৰ ৰাজ্যত ক’ৰোনামুক্ত হৈছে ১৪৭১জনঃ

RELATED POSTS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

ষ্টাফ ৰিপ’ৰ্টাৰ:

ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৪৭১ গৰাকী। বিগত ২৪ ঘন্টাত ১৪৭১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ আজি চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে বুধবাৰে অসমত ৫৯১৬২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২২৮৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৩৬২জন কামৰূপ মেট্ৰ, ১৭৭জন ডিব্ৰুগড়, ১৫৭জন নগাঁও, ১২৩জন কামৰূপ গ্ৰাম্যৰ।আক্ৰান্তৰ হাৰ ৩.৮৬শতাংশ ৷

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫০,৪৪৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৪৪২৯ গৰাকী চিকিত্‍সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৩৫৮৯২ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১২১ গৰাকীলৈ  বৃদ্ধি পালে।

📌 Discharge Alert

1⃣4⃣7⃣1⃣ patients have been discharged today.

So many recovered patients in a day is indeed a result of great efforts by our medical teams 🙌

😊Total Discharged Patients: 35892
😑Active Patients: 14429

11:00 PM/Aug 05#AssamCovidCount #AssamFightsCovid pic.twitter.com/xT4qazI0NA

— Himanta Biswa Sarma (@himantabiswa) August 5, 2020

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured2
Share4Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে
ALL NEWS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

by News Desk
January 27, 2021
50
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা
ALL NEWS

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

by News Desk
January 27, 2021
79
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক
ALL NEWS

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

by News Desk
January 27, 2021
53
৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ
ALL NEWS

৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ

by News Desk
January 27, 2021
51
চি আৰ পি এফৰ ২৯ জোৱানসহ  দিল্লীত কোৰোণাত আক্ৰান্ত অসমৰ ৩৫জন
ALL NEWS

যোৱা ২৪ ঘন্টাত ভাৰতত ১২ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত

by Staff Reporter
January 27, 2021
53
বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-
ALL NEWS

বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-

by Staff Reporter
January 27, 2021
53
covid-19 widget
510289
Total views : 1900577
Who's Online : 8
বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

January 27, 2021
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

January 27, 2021
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

January 27, 2021

Categories

ALL NEWS (10241) Assam (7256) BREAKING NEWS (3321) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1358) Health & Fitness (235) Jobs & Career (3) KARBI ANGLONG (1130) Lifestyle (19) literature (16) National-International (1853) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (154) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: