ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ইডিৰ কাৰ্যালয়ত কেইবা ঘণ্টা ধৰি জেৰা ৰিয়া চক্ৰৱৰ্তীক:

ASSAM TIMES POST by ASSAM TIMES POST
August 7, 2020
Reading Time: 1 min read
A A
0
ইডিৰ কাৰ্যালয়ত কেইবা ঘণ্টা ধৰি জেৰা ৰিয়া চক্ৰৱৰ্তীক:

logo new 2 | ASSAM TIMES POST

RELATED POSTS

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক:

আজি দিনৰ ১২ বজাত ভাতৃ শৌভিক চক্রৱর্তীক লগত লৈ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় অভিনেত্রী ৰিয়া চক্রৱর্তী। ইডিয়ে ৰিয়াক ৩ ঘণ্টাৰো অধিক সময় জেৰা কৰে।সংবাদ মাধ্যমৰ খবৰ মতে, ৰিয়াৰ ২০১১৮-‘১৯ত বার্ষিকউপাৰ্জন ১৪ লাখ টকা বুলি জনাৰ পিছত ইডিয়ে প্রশ্ন কৰে ৰিয়াই বছৰত ৬৫ লাখ খৰচ কেনেদৰে কৰিলে?

ৰিয়াৰ ফোন কলৰ তথ্য ইডিৰ ওচৰত আছে, য’ত দেখা গৈছে ৰিয়াই তেওঁৰ বর্তমানৰ মেনেজাৰ শ্রুতি মোদীক ৮০০ বাৰ ফোন কৰিছিল, সুশান্তক ১৪৭ বাৰ। কিয় ইমানবাৰ শ্রুতিক ফোন কৰিছিল ৰিয়াই? শ্রুতি বর্তমান ৰিয়াৰ মেনেজাৰ হ’লেও পূৰ্বতে সুশান্তৰ বিজনেছ মেনেজাৰ হিচাপে কাম কৰিছিল। তেওঁকো ইডিয়ে জেৰা কৰিব বুলি জনা গৈছে। ইফালে কাইলৈ সুশান্তৰ বন্ধু সিদ্ধার্থ পিঠানিক মাতি পঠিয়াইছে মুম্বাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে ইডিয়ে জেৰা কৰিবলৈ মাতি পঠিওৱাৰ প্রথমটো প্রক্রিয়া পিছুৱাই দিয়াৰ আবেদন জনাইছিল ৰিয়াই। কিন্তু সেই আবেদন গ্রাহ্য নোহোৱাত আজিয়েই ইডিৰ কাৰ্যালয়ত হাজিৰ হয় অভিনেত্রীগৰাকী।

Tags: featured3
Share4Tweet3Send

Related Posts

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

by Staff Reporter
July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

by Staff Reporter
July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

July 2, 2026
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

July 2, 2026
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT