ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজস্থানৰ ৰাজনীতিত নতুন নাটক : অশোক গেহলটৰ ভয়ত নিজৰ বিধায়কক গুজৰাটলৈ পঠাবলৈ আৰম্ভ বিজেপিৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 8, 2020
Reading Time: 1 min read
A A
0
ৰাজস্থানৰ ৰাজনীতিত নতুন নাটক : অশোক গেহলটৰ ভয়ত নিজৰ বিধায়কক গুজৰাটলৈ পঠাবলৈ আৰম্ভ বিজেপিৰ

logo new 2 | ASSAM TIMES POST

RELATED POSTS

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

ষ্টাফ ৰিপ’ৰ্টাৰ:

ৰাজস্থানৰ ৰাজনীতিত নতুন নাটক৷ এইবাৰ অশোক গেহলটৰ ভয়ত নিজৰ বিধায়কক গুজৰাটলৈ পঠাবলৈ আৰম্ভ কৰিলে বিজেপিয়ে৷ তেওঁলোকৰ আশংকা, বিএছপিৰ যি ৬ বিধায়কে কংগ্ৰেছত যোগ দিছে, সেইসকলৰ বিধায়ক পদ বাতিল হ’লে বিজেপিৰ বিধায়কক টোপ দিব পাৰে গেহলটে৷

ইতিমধ্যে কেইবাজনো বিধায়কক গুজৰাটলৈ পঠাইছে গেৰুৱা শিবিৰে৷ শচীন পাইলৰ বিদ্ৰোহ ঘোষণাৰ পাছত ওলমি পৰে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ৷ পাইলট শিবিৰৰ বিধায়কক বাদ দিলে অশোক গেহলটৰ হাতত থাকিব মাত্ৰ ১০২ জন বিধায়কৰ সমৰ্থন৷ সেয়া কংগ্ৰেছ শিবিৰৰ দাবী৷

কিন্তু বাস্তৱ ছবিটো পোহৰলৈ অহা নাই৷ ইয়াৰ মাজতে নতুন কৌশল তৈয়াৰ কৰিছে মায়াৱতীয়ে৷ তেওঁৰ দলৰ যি ৬ জন বিধায়কে কংগ্ৰেছত যোগ দিছিল, তেওঁলোকৰ বিধায়ক পদ বাতিলৰ দাবীত ৰাজস্থান উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে৷ অহা ১১ আগষ্টত এই গোচৰৰ শুনানি হ’ব৷ যদি এই ৬জন বিধায়কৰ পদ বাতিল হয় তেন্তে সংখ্যালঘু হোৱাৰ সম্ভাৱনা অশোক গেহলটৰ চৰকাৰ৷

ইপিনে যিমান দিন ক্ষমতাত থাকিব সিমান দিন ‘বৃদ্ধ ৰাজপাট’ কেতিয়াও ব্যৰ্থ নহয়৷ এই কথা বিজেপিয়ে জানে৷ উল্লেখ্য যে ৰাজনীতিৰ পথাৰত গেহলট বহু পুৰণা খেলুৱৈ৷ সকলো দলৰ সকলো নেতাৰ সৈতে যিকোনো সময়তে যোগাযোগ কৰাৰ ক্ষমতা তেওঁৰ আছে৷ তাৰ বাবে আগতেই সাৱধান হৈছে গেৰুৱা শিবিৰ৷ প্ৰাপ্ত তথ্য মতে ইতিমধ্যে ৫জন বিধায়কক বিজেপি শাসিত গুজৰাটলৈ পঠিয়াই দিয়া হৈছে৷

আন কেইজনমানক পঠোৱাৰ ব্যৱস্থা কৰা হৈছে৷ বিধানসভা অধিৱেশন আৰম্ভ হোৱাৰ আগতে যিমান পাৰি বেছিসংখ্যক বিধায়কক নিৰাপদ দূৰত্বলৈ পঠাবলৈ চাইছে গেৰুৱা শিবিৰে৷ উল্লেখ্য যে ৰাজস্থানৰ নাটকৰ সকলো পৰ্বত নীৰৱ আছিল বিজেপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে৷ হঠাৎ তেওঁ সক্ৰিয় হৈ উঠিছে৷ ইতিমধ্যে তেওঁ দিল্লীলৈ গৈ কেন্দ্ৰীয় নেতাৰ সৈতে আলোচনা কৰিছে৷

Tags: featured3
Share4Tweet3Send

Related Posts

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

by Staff Reporter
July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

by Staff Reporter
July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

by Staff Reporter
July 2, 2026
50
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

by Staff Reporter
July 2, 2026
50
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

by News Desk
July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

ADVERTISEMENT
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026
50
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT