![]()
নিউজ ডেক্স:
অভিনেতা সঞ্জয় দত্তৰ ক’ৰোনা পৰীক্ষাৰ ৰিজাল্ট আহিছে নিগেটিভ।শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী।
নিশাৰ পৰাই অভিনেতাগৰাকীক ভৰ্তি হৈ আছে মুম্বাইৰ লীলাৱতী হস্পাতালত।নিশা অভিনেতাগৰাকীক কৰা হয় ক’ৰোনা টেষ্ট।বৰ্তমান সুস্থ হৈ উঠিছে অভিনেতা গৰাকী।










