![]()
নিউজ ডেক্স:
এইবাৰ নোভেল ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জী। সোমবাৰে ক’ৰোনা আক্রান্ত হোৱাৰ খবৰ নিজেই টুইটত জনাইছে প্রণৱ মুখাৰ্জীয়ে।
বিগত দিন কেইটাত তেওঁৰ সংস্পর্শলৈ অহাসকলক সতর্কতামূলক ব্যৱস্থা হিচাবে আইছলেছনত থাকিবলৈও অনুৰোধ জনাইছে প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে।










