ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : মানসিক চাপত ৰোগ প্রতিৰোধ ক্ষমতা কমিছে নেকি? কি কৰিব, কি নকৰিব

ASSAM TIMES POST by ASSAM TIMES POST
August 11, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : মানসিক চাপত ৰোগ প্রতিৰোধ ক্ষমতা কমিছে নেকি? কি কৰিব, কি নকৰিব

Man Wearing Pajamas Suffering With Depression Sitting On Bed At Home

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

স্বাস্থ্য প্ৰতিবেদনঃ

যি পৰিস্থিতিৰ মাজেৰে আমি চলিছো, তাত মানসিক চাপ বাঢ়িবই, এইটো কোনো ডাঙৰ কথা নহয়! মনোৰোগ চিকিৎসক শিলাদিত্য মুখাৰ্জীৰ মত, “চাপক চাপৰ দৰে থাকিব দিয়ক। নিজে সামান্য কেইটামান নিয়ম মানি চলক, দেখিব মূল সমস্যা সমাধান নহ’লেও আপোনাৰ ওপৰত তাৰ প্রভাৱ কম পৰিছে।”

সমাধানৰ পথ:

• ৰোগক লৈ দুশ্চিন্তা নকৰিব। সাৱধান হৈ চলক। বাকী আপোনাৰ হাতত নাই। কেৱল প্রস্তুত থাকক, ৰোগ হ’লে ক’ত যাব, কি কৰিব তাৰ বাবে। কিন্তু ঘৰতেই সমাধান হ’ব পাৰে সকলো, কাৰণ ৯৭-৯৮ শতাংশ ক্ষেত্রত সামান্য চিকিৎসাতেই ৰোগ ভাল হৈ যায়। বাস্তৱবাদী আৰু ইতিবাচক মানুহৰ সৈতে মিলামিচা বঢ়াওক। উদ্বেগপ্রবণ মানুহৰ সৈতে যোগাযোগ এৰাই চলক।

• পূৰ্বতে যিবোৰ কামকাজ কৰিছিল, ভাল লাগক বা নালাগক, সেইবোৰ কৰক। ব্যস্ত থাকিলে মন কিছু পাতল হয়।

• ৩০-৪০ মিনিট ব্যায়াম কৰক। ইয়াৰ দ্বাৰা মন যিমান ভাল হয়, প্রতিৰোধ ক্ষমতাও বাঢ়ে।

• মন পাতল কৰি ৰখাৰ বাবে শৰীৰচর্চা আৰু ব্যায়াম কৰক। ইয়াৰ ফলত হাওঁফাওঁৰ কার্যকৰিতা বাঢ়িব। মন শান্ত থাকিব।

• মদৰ ওপৰত নির্ভৰশীল নহ’ব। ইয়াৰ ফলত অন্য অপকাৰৰ সৈতে উদ্বেগো বাঢ়িব।

• প্রটিনসমৃদ্ধ সুষম খাদ্য খাওক।

• মানসিক চাপ কমাবলৈ যিকোনো খাদ্য খাবলৈ আৰম্ভ নকৰিব। ইয়াৰ ফলত বিপদ বাঢ়িব।
চাপত থকাৰ সময়ত মানুহে সচৰাচৰ ভাজা বস্তু, মিঠাই, চকলেট ইত্যাদি খায়। অর্থাৎ ফেট-চেনি-নিমখ আৰু সুগন্ধি ভৰা প্রছেচড খাদ্য।

এইবোৰ খালে মগজুৰ প্লিজাৰ ৰিচেপ্টৰ হঠাৎ উদ্দীপিত হয় কাৰণে মন ভাল লাগিবলৈ আৰম্ভ কৰে। কিন্তু সেয়া ক্ষণস্থায়ী। কিছু সময় পিচত পুনৰ যেতিয়া বেয়া লাগিবলৈ আৰম্ভ হয়, পুনৰ খাবলৈ লাগে। ইয়াৰ আৰু এটা বিপদ আছে।

এইবোৰ খাবলৈ আৰম্ভ কৰিলে পেট ভৰাৰ যিবোৰ ৰিচিপ্টৰ আছে, মস্তিষ্কই সেই কথা ভালদৰে ধৰিব নোৱাৰে আচলতে কি হৈছে। ফলত খোৱা বন্ধ নহয় বহু ঘণ্টা বা সময় ধৰি। ফলত প্ৰয়োজনতকৈ বেছি খোৱা যায়। যাৰ ফলত ওজন বাঢ়ে। ফলত এফালে যেনেদৰে এইবোৰ খাদ্যৰ প্রভাৱত প্ৰত্যক্ষভাৱে প্রদাহৰ প্রৱণতা বাঢ়ে, ওজন বঢ়াৰ অজুহাতত প্রদাহো বাঢ়ে। বাঢ়ি যায় সংক্রমণৰ আশঙ্কা।

সেয়ে এই অভ্যাস পৰিহাৰ কৰাৰ চেষ্টা কৰক। কঠিন একো নহয়। এক ফুড ডায়েৰি বনাওক। তাত কেতিয়া কি খাইছে, কিমান পৰিমাণত খাইছে, খোৱাৰ পূৰ্বে মনোভাব কেনে আছিল, খোৱাৰ পিছত কি হ’ল, সকলোবোৰ লিখক তাত। বুজি পাব, কেনে পৰিস্থিতিত চাপত পৰি খাইছিল। তেতিয়া সেই পৰিস্থিতিটো অন্যভাবে মেনেজ কৰিলেই সমস্যা শেষ। যেনে-

• একঘেয়ামী লাগিলে একো নাখাই দহ মিনিটমান মৌনতা অৱলম্বন কৰক। নতুন কোনো ৰন্ধনৰ পৰিকল্পনা কৰিব পাৰে। তেতিয়া কিবা খাবলগাৰ সমস্যাটো কমি যাব৷

• অকলশৰীয়া লাগিলে বা মন বেয়া হ’লে ওচৰৰ কাৰোবাক ফোন কৰক।

• উদ্বেগ হ’লে, ভয় লাগিলে সম্পূৰ্ণভাৱে নিমজ্জিত হ’ব পৰা কাম কৰক। সৃষ্টিশীল কিবা কৰাৰ অভ্যাস থাকিলে সেয়া কৰক

উদ্বেগ কমাবৰ বাবে কি খাব

• ভিটামিন-ই সমৃদ্ধ খাদ্য খাওক।

• ওমেগা থ্রি ফেটি এচিড কম খালে মুড অফ বেছি হয়। সেয়ে সপ্তাহত অন্তত দুবাৰ তৈলাক্ত মাছ খাওক। খাওক ছয়াবিন, আখৰোট, তিচিৰ তেল ইত্যাদি।

• ভিটামিন ডিৰ অভাৱ পূৰণ কৰিবলৈ খাওক তৈলাক্ত মাছ, কণীৰ কুহুম, মাশ্বৰুম। প্রয়োজনত ছাপ্লিমেন্ট খাব লাগিব পাৰে।

• মস্তিষ্কৰ কার্যকৰিতা বঢ়ায় উদ্বেগে, অনিদ্রা কমায় ট্রিপ্টোফানে। সেয়ে চিকেন, কণী, মাছ, বাদাম, লাওৰ গুটি, তিল, গাখীৰ, কল খাওক নিৰ্দিষ্ট মাত্রাত। লাওৰ গুটিত আছে পটাছিয়াম আৰু জিঙ্ক, মুড অফৰ মহৌষধ। কলৰ পটাছিয়াম আৰু মেগনেছিয়ামেও মগজু ঠাণ্ডা কৰে।

• দিনত ৪০ গ্রাম ডার্ক চকলেট খালে ফ্লেভোনয়েড, ট্রিপ্টোফান, মেগনেছিয়ামৰ প্রভাৱত মন ভালে থাকে। অৱশ্যে তাত যেন কোকৰ পৰিমাণ ৭০ শতাংশতকৈ বেছি থাকে।

• হালধিৰ কাৰকিউমিনে প্রদাহ কমায়, মন শান্ত কৰে, ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

• চেমোলিন চাহ জীবাণুনাশক, প্রদাহ কমায়, মন পাতল কৰে। গ্রিন টিও একেই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: health
Share5Tweet3Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d