ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশৰ বিশিষ্ট কবি-গীতিকাৰ ৰাহত ইন্দোৰীৰ পৰলোকপ্ৰাপ্তি:

ASSAM TIMES POST by ASSAM TIMES POST
August 11, 2020
Reading Time: 1 min read
A A
0
দেশৰ বিশিষ্ট কবি-গীতিকাৰ ৰাহত ইন্দোৰীৰ পৰলোকপ্ৰাপ্তি:

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্ক:

RELATED POSTS

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

কোভিড আক্ৰান্ত হৈ আজি দেশৰ প্ৰসিদ্ধ কবি তথা গীতিকাৰ ৰাহত ইন্দোৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কোভিড পজিটিভ আছিল আৰু মধ্যপ্ৰদেশৰ অৰবিন্দ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।
অৰবিন্দ হস্পিটেলৰ সূত্ৰত জনোৱা মতে, সোমবাৰে নিশা তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

তেওঁৰ অৱস্থা সংকটজনক হোৱাত এখন ব্যক্তিগত হস্পিটেলৰ পৰা তালৈ অনা হৈছিল। আজি বিয়লি ৪.১৫-৪.৩০ৰ ভিতৰত তেওঁৰ মৃত্যু হয় বুলিও লগতে প্ৰকাশ কৰে।উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ আশু আৰোগ্য কামনা কৰি টুইট কৰিছিল।

৭০ বছৰীয়া উৰ্দু কবিগৰাকীৰ জন্ম হৈছিল ১৯৫০ চনৰ ১ জানুৱাৰীত ইন্দোৰত। তেওঁ ভুজ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

উৰ্দু সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবিৰ লগতে বলিউডৰ কেইবাটাও জনপ্ৰিয় গীত লিখি গৈছে। মুন্না ভাই এমবিবিএছ, মাৰ্ডাৰ আদিৰ দৰে ছবিৰ গীত তেওঁ লিখি গৈছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

by Staff Reporter
July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

by Staff Reporter
July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

by Staff Reporter
July 2, 2026
50
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

by Staff Reporter
July 2, 2026
50
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

by News Desk
July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

ADVERTISEMENT
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026
50
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT