ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কিডনিৰ অসুখত কৰোনা হ’ব পাৰে বিপজ্জনক : মানি চলক এই পৰামর্শ

ASSAM TIMES POST by ASSAM TIMES POST
August 12, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কিডনিৰ অসুখত কৰোনা হ’ব পাৰে বিপজ্জনক : মানি চলক এই পৰামর্শ

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

স্বাস্থ্য প্ৰতিবেদনঃ

কিডনি ৰোগীসকলৰ সংক্রমণ বেছি হয়। বেছি হয় জটিলতাও। কাৰণ কিডনিয়ে আমাৰ শৰীৰত চাকনিৰ কাম কৰে। বিভিন্ন শৰীৰবৃত্তীয় কামৰ ফলত ৰক্তত যিবোৰ দূষিত পদার্থ জমা হয়, সেইবোৰ চেকি বাহিৰ কৰি শৰীৰক সুস্থ ৰাখে। শৰীৰত পানী আৰু উপকাৰী লৱণৰ ভাৰসাম্য বজায় ৰখাৰো কাম কৰে।

কোনো কাৰণত কিডনিৰ কার্যকাৰিতা কমি গ’লে দূষিত পদার্থ জমা হৈ থাকে শৰীৰত। পানী জমা হয়। ফলত শৰীৰ ইমানেই অসুস্থ হৈ পৰে যে, ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়। বাঢ়ে সংক্রমণজনিত অসুখ-বিসুখৰ আশঙ্কা। সেয়ে কোভিডৰ এই পৰিস্থিতিত তাৰবাবে বিশেষভাবে সাৱধান থকা দৰকাৰ।

বিপদ আৰু আছে। জটিল কোভিডত কিডনিৰ ক্ষতি হয়। চীন, নিউয়র্ক, ইটালি, ফ্রান্সত সমীক্ষাত দেখা গৈছে যে কোভিডৰ জটিলতা লৈ যিসকল হস্পিটেলত ভর্তি হৈছে, তেওঁলোকৰ ভিতৰত প্রায় ৩০ শতাংশৰ কিডনিৰ ক্ষতি হৈছে।

বিশেষ সাৱধানতা

• ৰোগৰ চিকিৎসাত কোনো ধৰণৰ ঢিলামি নচলিব। চিকিৎসকে যেনেদৰে চলিব কয়, তাক আখৰে আখৰে মানি চলক। কোনো ধৰণে যাতে ৰোগৰ বৃদ্ধি নহয়, সেই দিশত বিশেষ খেয়াল ৰাখিব লাগিব।

• পানী আৰু খাদ্যৰ ক্ষেত্ৰত ডাক্তৰে যি নির্দেশ দিয়ে, তাৰ হীন-ডেঢ়ি নকৰিব। প্রটিন জাতীয় খাদ্যৰ নিষেধাজ্ঞা মানি চলিব।

• নিয়মিত চেক-আপ কৰাব।

• বিষ-বেদনা হ’লে পেৰাচিটামলৰ বাহিৰে অন্য কোনো বিষৰ ঔষধ নাখাব। কাৰণ এইবোৰ ঔষধে শৰীৰত পানী জমাৰ প্রবণতা বঢ়ায়।

• চিকিৎসাৰ প্রয়োজনৰ বাহিৰে ঘৰৰ বাহিৰলৈ নোলাব। ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰিব। যিসকলৰ ডায়েলাইছিছ চলে, তেওঁলোকে ঘৰতো পিন্ধি থাকিব।

• কোভিডৰ পৰা বাচি থকাৰ সাধাৰণ নিয়ম মানি চলক। হাত ধোৱা, সামাজিক দূৰত্ব বজায় ৰখা ইত্যাদি।

• বেছি ঠান্ডা ঘৰত নোশোৱাই ভাল। কাৰণ নিয়মিত ছার্ভিচিং ন’হলে এচিৰ ডাক্টত বীজাণু জমা হয়, দুর্বল প্রতিৰোধ শক্তিৰ মানুহ সোনকালেই তাৰ পৰা আক্রান্ত হ’ব পাৰে।

• জ্বৰ-চর্দি-কাহ হ’লে পৃথক ঘৰত থাকক আৰু চিকিৎসকৰ পৰামর্শ লওক।

নিয়মিত ডায়েলাইছিছ কৰাওক

সময়মতে ডায়েলাইছিছ ন’হলে শৰীৰত দূষিত পদার্থ জমা হৈ সংক্রমণৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষমতা আৰু কমি যায়। শৰীৰত পানীৰ পৰিমাণ বাঢ়ে। সমগ্ৰ শৰীৰৰ সৈতে ডিঙিৰ শ্লেষ্মাতো জমা হৈ গৈ থাকে। জমা হয় হাওঁফাওঁতো। এই অৱস্থাত কৰোনা সংক্রমণ হ’লে ডাঙৰ বিপদ। সেইবাবে পৰিস্থিতি যিয়েই নহওক কিয়, সপ্তাহত দুই-তিনি দিন, যাৰ যেনেকুৱা প্ৰয়োজন ডায়েলাইছিছ চলাই যাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ID: assamtimespost@gmail.com

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: health
Share6Tweet4Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d