![]()
নিউজ ডেক্স:
পুনৰ জম্ম-কাশ্মীৰত শ্বহীদ ভাৰতীয় জোৱান।সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হয় জোৱানজন।নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কেইবাটাও মাৰনাস্ত্ৰ।
পুলৱামাত সংঘটিত হৈছে এই ঘটনা।আনহাতে সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদীও।বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত ভাৰতীয় সেনাৰ।










