![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰবি আংলং আৰক্ষীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৷


প্ৰাপ্ত খবৰ অনুসৰি এইবাৰ স্বাধীনতা দিৱসত পাহাৰীয়া জিলা কাৰবি আংলঙৰ বোকাজান মহকুমা আৰক্ষী বিষয়া হিচাপে কৰ্মৰত এপিএছ বিষয়া জন দাস, আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক ৰাজু বাহাদুৰ ছেত্ৰী ,সহকাৰী উপ পৰিদৰ্শ্ক( ইউ বি) আৰু এছডিআৰএফৰ পৰাগ বৰাক মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে নিৰ্বাচিত কৰিছে ৷
উল্লেখযোগ্য যে কাৰবি আংলঙৰ আন তিনিজন আৰক্ষীয়েও ৰাষ্ট্ৰপতি উৎকৃষ্ট সেৱাৰ বাবে নিৰ্বাচিত হৈছে ৷













