ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৪০ বছৰৰ পিছত সৰ্বনিম্ন : জিডিপিৰ হাৰ নামিল শূন্যৰ তললৈ

জিডিপি হ্ৰাস পোৱাক লৈ আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব:

ASSAM TIMES POST by ASSAM TIMES POST
August 31, 2020
Reading Time: 2 mins read
A A
0
৪০ বছৰৰ পিছত সৰ্বনিম্ন : জিডিপিৰ হাৰ নামিল শূন্যৰ তললৈ
logo new 2 12 | ASSAM TIMES POST

নিউজ ডেক্স:

RELATED POSTS

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

আশঙ্কা যি আছিল সেয়া নির্ভুলভাবে সঁচা হ’ল। ৪০ বছৰ পিছত পুনৰ জিডিপিৰ হাৰ শূন্যৰ তললৈ নামিল। যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত কমিছে ২৩.৯ শতাংশ। সোমবাৰে বিয়লি নেচনেল ষ্টেটিষ্টিকেল অফিচ (এনএছঅ’)ৰ তৰফৰ পৰা চলিত বিত্তীয় বৰ্ষৰ (২০২০-২১) প্রথম তিন মাহ, এপ্রিলৰ পৰা জুনৰ আর্থিক বিকাশৰ হাৰ প্রকাশ কৰা হয়।

তাত এই তথ্য দিয়া হৈছে। উল্লেখ্য যে ১৯৯৬ চনৰ পৰা তিনি মহীয়া হিচাবত জিডিপিৰ হাৰ প্রকাশ আৰম্ভ হৈছিল। বিগত আঢ়ৈ দশকত কেতিয়াও জিডিপি বৃদ্ধিৰ হাৰ শূন্যৰ তললৈ নমা নাই। ক’ৰোনা পৰিস্থিতিৰ ফলতে আর্থিক বিকাশৰ হাৰ মুখ থেকেচা খাই পৰাৰ কাৰণেই ডিজিপিৰ এই পতন।

জিডিপি হ্ৰাস পোৱাক লৈ আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব:

জিডিপিৰ দুৰ্বল পৰিসংখ্যাৰ প্ৰভাৱ বিস্তাৰিত ভাৱে বাখ্যা কৰি বিশেষজ্ঞ সকলে কয় যে ২০১৮–১৯ত প্ৰতিজন ব্যক্তিৰ মাহেকীয়া আয় ১০,৫৩৪ টকাৰ ভিত্তিত বাৰ্ষিক জিডিপি ৫ পাৰ্চেণ্ট থকাৰ অৰ্থ হৈছে প্ৰতিজন ব্যক্তিৰ আয় বিত্ত বৰ্ষ ২০২০ত ৫২৬টকা বাঢ়িব।

সহজ ভাষাত ক’বলৈ গ’লে জিডিপি ৪শতাংশ হাৰত বাঢ়িলে আমদানি বৃদ্ধি ৪২১ টকা হ’ব। অৰ্থাৎ বিকাশৰ দৰ ১শতাংশ হ্ৰাস পালে প্ৰতিজন ব্যক্তিৰ গড় মাহেকীয়া আয় ১০৫টকা কম হ’ব।

বেলেগে বুজাবলৈ হ’লে যদি বাৰ্ষিক জিডিপি দৰ ৫শতাংশৰ পৰা ৪শতাংশ মাহেকত কম হ’লে ১০৫টকাকৈ কম হ’ব। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ ভাগত মাহেকত ১২৬০টকা কম হ’ব।

অৰ্থ ব্যৱস্থাত অধিক অসামঞ্জস্যতা দেখিবলৈ পোৱা যাব। ধনী ব্যক্তিৰ বিপৰীতে দুখীয়াৰ ওপৰত অধিক প্ৰভাৱ পৰিব। বিশেষজ্ঞৰ মতে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা বাঢ়িব পাৰে। জিডিপি হ্ৰাস পালে কৰ্মসংস্থাপনো কম হ’ব।

বিশেষজ্ঞৰ মতে জিডিপি হ্ৰাস হোৱাৰ প্ৰভাৱ সাধাৰণ মানুহৰ ওপৰত পোনে পোনে নপৰে যদিও ভৱিষ্যতৰ কাৰণে এয়া এক অশনি সংকেত। কৰ্মসংস্থাপন হ্ৰাস পাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

আয় কম হ’লে খৰছ যিদৰে মানুহে কম কৰে সেইদৰে কোম্পানী আৰু চৰকাৰেও এটা পৰ্যায়লৈ একে আচৰণ কৰে। নতুন চাকৰি নোলায় আৰু মানুহক খেদাৰ প্ৰক্ৰিয়া তীব্ৰতৰ হয়। চিএমআইইৰ মতে কেৱল জুলাই মাহতে পঞ্চাশ লাখ লোকে চাকৰি হেৰুৱাইছে।

এনে পৰিস্থিতিত মানুহে ভয় খাই কমকৈ খৰছ কৰিবলৈ লয় আৰু ব্যৱসায়ত প্ৰভাৱ পৰে। উদ্যোগৰ চাহিদা কম হ’বলৈ ধৰে আৰু মানুহে বেছিকৈ সঞ্চয় কৰিবলৈ লোৱাৰ কাৰণে বেংকত সুতৰ হাৰো কম হয়। আনহাতে বেংকৰ পৰা ঋণ লোৱাও কম হয়। ওলোটা মানুহে নিজৰ নিজৰ ঋণ আদায় দিয়াত জোৰ দিয়ে।
সাধাৰণ পৰিস্থিতিত এয়া ভাল কথা যে বেছিভাগ মানুহ ঋণমুক্ত হৈছে। কিন্তু মানুহে আশংকাত এই কাম কৰিলে সংকেত পোৱা যায় যে দেশত কোনেও নিজৰ ভৱিষ্যত ভাল যেন দেখা নাই।

দেশত কৃষি, ইণ্ডাষ্ট্ৰী আৰু সেৱাক্ষেত্ৰ তিনিটা প্ৰধান ঘটকে দেশৰ জিডিপি হ্ৰাস বা বৃদ্ধি নিৰ্ধাৰণ কৰে। এই পৰিসংখ্যাই দেশৰ অৰ্থনৈতিক উন্নতিৰ ছবিখন তুলি ধৰে। যদি জিডিপি বাঢ়িছে মানে অৰ্থনৈতিক বিকাশ বাঢ়িছে আৰু যদি বিগত ত্ৰিমাসিকৰ তুলনাত কম হয় তেনেহ’লে দেশৰ আৰ্থিক বিকাশ বেয়াৰ ফাললৈ গৈছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

by News Desk
June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

by News Desk
June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

by Staff Reporter
June 22, 2026
50
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

by Staff Reporter
June 22, 2026
50
ADVERTISEMENT
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx