
মনোজ কুমাৰ পাঠক
হোজাই : আজি ৮ ছেপ্টেম্বৰ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাদেৱৰ ওপজা দিন। সমগ্ৰ বিশ্বৰ লগতে হোজাই জিলা খিলঞ্জীয়া জাতি-জনগোষ্ঠী উন্নয়ণ পৰিষদৰ ব্যৱস্হাপনাত লংকাৰ কাকী ডেৰাপথাৰত দিনজোৰা কাৰ্য্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম-জয়ন্তী পালন কৰা হয়। পুৱাই শ্বহীদ দৰ্পন, ভূপেন হাজৰিকা ফটোত মাল্য অৰ্পন, বন্তি প্ৰজ্বলনকে ধৰি ১৩টা খিলঞ্জীয়া জাতি-জনগোষ্ঠীয় লোকৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয়।











