ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত আন্তর্জাতিক মানদণ্ডৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

News Desk by News Desk
September 9, 2020
Reading Time: 1 min read
A A
0

ATP Logo | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : ক্রীড়াখণ্ডৰ উন্নয়নব বাবে শেহতীয়াকৈ পাহাৰীয়া জিলা কার্বি আংলঙত ক্রীড়া আন্তঃগাঁঠনি নির্মাণৰ বাবে ভালেকেইটা গুৰুত্বপূর্ণ আঁচনি ৰূপায়ণ কৰাৰ সময়তে আজি ডিফুৰ কার্বি আংলং ক্রীড়া সন্থাৰ ক্রীড়া প্রকল্পত এখন বহু সুবিধাযুক্ত আন্তর্জাতিক মানদণ্ডৰ এখনি ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হয়।

d16603eb 27de 4c15 9233 89bb524dc877 | ASSAM TIMES POST

আজি এক আড়ম্বপূর্ণ অনুষ্ঠানত অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা ভাষণত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইনডৰ ষ্টেডিয়ামখনত উপলব্ধ হ’বলগীয়া বিভিন্ন সা-সুবিধা সম্পর্কে ব্যাখ্যা আগবঢ়ায়।

সেই অনুসৰি, ষ্টেডিয়াম কক্ষত টেবুল টেনিচ, কাৰাটে, ডবাখেল আদিৰ বাবে ছটা সুকীয়া হল, এশ আসনবিশিষ্ট এটা আলােচনা কক্ষ, কার্যালয়, ভোজনালয়ৰ লগতে ষ্টেডিয়ামখনৰ প্রতিপালনৰ বাবে প্রয়ােজনীয় খৰছৰ জোৰা মাৰিবৰ বাবে গুৰুদ্বাৰা পথৰ দিশে ছখন ব্যবসায় প্রতিষ্ঠান নির্মাণ কৰি ভাড়া হিচাপে প্রদান কৰা হ’ব। ইয়াৰ উপৰি থাকিব পার্কিঙৰ সুব্যৱস্থা।

e6a6f301 8201 4f8f a8f4 4875a76d59e5 | ASSAM TIMES POST

তিনি মহলীয়া বহু সুবিধাযুক্ত ষ্টেডিয়ামখনত লগতে ১২০০ লোক বহিব পৰা এটা হলৰ লগতে উক্ত হলত বেডমিন্টন, বাস্কেটবল, ভলীবল আদি খেলৰ সুবিধা থাকিব। ষ্টেয়ামটোৰ সৈতে সংযুক্ত থাকিব চাৰি হাজাৰ আসনযুক্ত এখনি মুকলি মঞ্চ। ষ্টেডিয়ামখনত লগতে সকলো অত্যাধুনিক সা-সুবিধাৰে এক ভিভিআইপি গেলেৰীৰো ব্যবস্থা কৰা হৈছে।

উক্ত গেলেৰী কেন্দ্রীয়ভাবে শীত-তাপ নিয়ন্ত্রিত হোৱাৰ লগতে দুটাকৈ এলিভেটৰৰ উপৰি সুৰক্ষামূলক সকলো সা-সুবিধাই উপলব্ধ হ’ব বুলি মুখ্য কার্যবাহী গৰাকীয়ে অৱগত কৰে ।ষ্টেডিয়ামটোৰ নির্মাণ কার্য অহা এটা বছৰৰ ভিতৰতে সম্পূর্ণ কৰা হ’ব বুলি মুখ্য কার্যবাহী গৰাকীয়ে সভাত নিশ্চিতি প্রদান কৰে।

আনহাতে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তর্গত ২৬টা পৰিষদীয় সমষ্টিত দহ কোটিকৈ টকা ব্যয়সাপেক্ষে নির্মাণকার্য চলি থকা ষ্টেডিয়ামসমূহৰ ২৫ খনৰ নির্মাণ কার্য অহা অক্টোবৰতে সম্পূর্ণ হ’ব বুলি মুখ্য কার্যবাহী গৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানটোত পৰিষদৰ অধ্যক্ষ লংকি তিমুৎ, উপাধ্যক্ষ ৰীতেশ ইংহি, সাংসদ হৰেণ ছিং বে’ তথা পৰিষদৰ কেইবাগবাকী কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্য উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
ADVERTISEMENT
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx