
সাত বছৰৰ পাচত মধুৰ প্ৰতিশোধ৷ ছেৰেনা উইলিয়ামছক পৰাস্ত কৰি ইউএছ অপেনৰ ফাইনেলত উপনীত হ’ল ভিক্টোৰিয়া আজাৰেংকা৷ এঘণ্টা ৫৬ মিনিটৰ খেলত ১–৬, ৬–৩, ৬–৩ ছেটত পৰাস্ত কৰে ভিক্টোৰিয়াই৷ উল্লেখ্য যে ২০১৩ চনত ইউএছ অপেনত ফাইনেলত তেওঁ ছেৰেনাৰ হাতত পৰাস্ত হৈছিল৷ তদুপৰি গ্ৰেণ্ড শ্লামৰ ফাইনেলত প্ৰথমবাৰৰ বাবে ভিক্টোৰিয়া ফাইনেলত উপনীত হ’ল৷













