![]()
লংকা : স্বায়ত্তশাসিত পৰিষদ গঠনৰ নামত কোচ জনগোষ্ঠীক প্ৰতাৰণা কৰা আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্যক পুনৰ গঠন আৰু
জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। তিনি শতাধিক কোচ সম্প্ৰদায়ৰ পুৰুষ-মহিলাই সাব্যস্ত কৰে এই প্ৰতিবাদ। লগতে কোচ জাতি আৰু ৰাজবংশী জাতি একে নহয় বুলি স্পষ্ট কৰে প্ৰতিবাদকাৰীয়ে।
ৰাজ্যত বসবাস কৰা কোচসকলক চুবুৰীয়া মেঘালয়ত এছ টি মৰ্যাদা প্ৰদানৰ বিপৰীতে অসমত কোচসকলক অ’বিচি মৰ্যাদা দিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কোচসকলে ।











