ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজি শুভ উন্মোচন হ’ল বৰছিং ৰংফাৰৰ “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস”ৰ দ্বিতীয় সংস্কৰণ

কাৰবি আংলঙৰ সাহিত্য জগতত নৱ সংযোজন

News Desk by News Desk
September 14, 2020
Reading Time: 1 min read
A A
0

ATP Logo | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

ছাইদুল ইছলাম:

ডিফু : কাৰবি আংলঙৰ অসমীয়া সাহিত্য জগতত সংযোজন হ’ল এক তথ্য সম্বলিত আন এক মহান গ্ৰন্থ ৷ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ বিশিষ্ট লেখক সাংবাদিক বৰছিং ৰংফাৰৰ জ্ঞান ভাণ্ডাৰৰ পৰা নিৰ্গত হোৱা “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” দ্বিতীয় সংস্কৰণৰ এক তথ্য সম্বলিত ৭০০ পৃষ্ঠাজোৰা মূল্যৱান গ্ৰন্থ ৷ এই মহা মূল্যৱান গ্ৰন্থ সোমবাৰে ডিফু লৰুলাংছ’স্থিত ৰাংছিনা ছাৰপ’ কালচাৰেল হলত আনুষ্ঠানিকভাৱে উন্মোচন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

119171674 2707928406114925 5196555368275581558 o | ASSAM TIMES POST

উল্লেখযোগ্য বৰছিং ৰংফাৰৰ দ্বাৰা ৰচিত “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” ২০০৫ চনত প্ৰকাশিত প্ৰথম সংস্কৰণৰ সোৱাদ ইতিমধ্যে পাঠক সমাজে লাভ কৰিছে ৷ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ একপিও বজাৰত নাই গোটেই কেইখন গ্ৰাহকে ক্ৰয় কৰিছে ৷

119181719 2707928452781587 897284353298806337 o 1 | ASSAM TIMES POST

বিশিষ্ট সাংবাদিক, লেখক বৰছিং ৰংফাৰে সাংবাদিকৰ আগত কয় যে, গ্ৰন্থখনত জিলাখনৰ প্ৰাক্ স্বাধীনতাৰ পৰা স্বৰাজোত্তৰ কাললৈ কাৰবি আংলঙৰ ভৌগোলিক পৰিসীমা, কাৰবি সকলৰ ইংৰাজ মিচনাৰী সকলৰে সম্পৰ্ক, কাৰবি সকলৰ অসম আগমণ, কাৰবি জাতিৰ উত্থান-পতন, ৰাজনৈতিক ইতিহাস, নিৰ্বাচন কেন্দ্ৰিক ফলাফল, বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ এএছডিচিৰ উত্থান-পতন, বিজেপিৰ উত্থান ইউপিডিএছৰ বুজাবুজি চুক্তি, উগ্ৰপন্থীৰ উত্থান আৰু জিলাখনত কাৰবি জাতিৰ সৈতে সংঘটিত বিভিন্ন জনগোষ্ঠীৰ সংঘাত আদি বিষয়ৰ ওপৰত বৰছিং ৰংফাৰে তথ্য সম্বলিত ৰূপত আভাষ দাঙি ধৰিছে ৷ ২০১৫ চনত বৰছিং ৰংফাৰে “গোষ্ঠী সংঘাত আৰু কাৰবি আংলং” নামৰ আন এখন গ্ৰন্থ প্ৰকাশ কৰিছিল, এই গ্ৰন্থখনেও পাঠক সমাজত যথেষ্ঠ সমাদৰ লাভ কৰিছিল বুলি পাঠক সমাজে ইতিমধ্যে প্ৰমাণ কৰিছে ৷

ইয়াৰোপৰি ৰংফাৰে কয় যে, এই গ্ৰন্থখনৰ জৰিয়তে, নৱ প্ৰজন্ম, ইতিহাসৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰী, ৰাজনিতীবিদ, বুদ্ধিজীৱিসকল উপকৃত হ’ব পাৰিব ৷

আনহাতে অসমীয়া ভালদৰে পঢ়িব নোৱাৰা বুজি নোপোৱা পাঠক আৰু নৱ প্ৰজন্মৰ তাগিদাৰ বাবে অহা বছৰ “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস’ৰ ইংৰাজী সংস্কৰণ উলোৱাৰ বাবেও চিন্তা চৰ্চা কৰি আছে বুলি কয় ৰংফাৰে ৷ মুঠতে গ্ৰন্থখনে ডিজিটেল আৰু ছ’চিয়েল মেডিয়াৰ ঈৰ্শনীয় উত্থানৰ সমান্তৰালকৈ বৰছিং ৰংফাৰৰ জৰিয়তে ৰচিত গ্ৰন্থ প্ৰতি পাঠকৰ দৃষ্ঠি আশা কৰা ধৰণেই সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷

মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কাৰবি আংলৰ সাহিত্য জগতত উপহাৰ হিচাপে “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” নামৰ গ্ৰন্থখন আগবঢ়াই দিয়াৰ বাবে উচ্চ প্ৰশংসা কৰে ৷ তেওঁ কয় যে জিলাখনত গ্ৰন্থ ৰচনা কৰা লেখকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ তেওঁ সদা প্ৰস্তুত ৷

লেখকসকলে লেখাৰ বিষয়বস্তুসমূহ যুগুত কৰি ওলোৱাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক এখন দৰ্খাস্থ বা মুখ্য কাৰ্যবাহী সদস্যগৰাকীক হুৱাটছএপত মেচেজ প্ৰেৰণ কৰিলেও গ্ৰন্থ প্ৰকাশৰ প্ৰয়োজনীয় ধন তেওঁ প্ৰদান কৰিব বুলি আশ্বাস দিয়ে ৷

ইয়াৰোপৰি জিলাখনৰ বিশিষ্ট লেখক সাহিত্যিক পৱিত্ৰ বৰাই কয় যে, ইংৰাজ শাসনৰ দিনৰ এডৱাৰ্ড ষ্টেড আৰু চাৰ্ছ লায়েলৰ দিনৰ পৰাই কাৰবিসকলকলৈ লেখা-মেলা চলি আহিছে ৷ শেহতীয়াকৈ বিশিষ্ট লেখক সাংবাদিক বৰছিং ৰংফাৰে ৰচনা কৰা “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” পাহাৰীয়া জিলাখনৰ বাবে দস্তাৱেজ ৰূপে গণ্য কৰা হ’ব ৷

এই গ্ৰন্থখনৰ পৰা গৱেষক, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব বুলি মন্তব্য কৰে ৷ বিশিষ্ট লেখক, সাহিত্যিক পৱিত্ৰ বৰাই পৌৰুহিত্য কৰা সভাখনত ক্ৰমে, কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম, ৰংহাঙ, সাংসদ হৰেণছিং বে’, বিশিষ্ট লেখক, প্ৰাক্তন বিধায়ক ধনছিং টেৰণ আৰু পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
ADVERTISEMENT
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx