ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম জাতীয় পৰিষদত থাকিব নেকি অভিনেত্ৰী বৰষাৰাণী বিষয়া! কি কলে পঢ়ক

ধৰ্ম-আঁঠুৱা-কম্বলৰ ঊৰ্ধত ৰাজনীতি, যত প্ৰগতি আৰু জাতি সুৰক্ষিত হ'ব - অভিনেত্ৰী বৰষা ৰাণী বিষয়া

ASSAM TIMES POST by ASSAM TIMES POST
September 15, 2020
Reading Time: 1 min read
A A
0
অসম জাতীয় পৰিষদত থাকিব নেকি অভিনেত্ৰী বৰষাৰাণী বিষয়া! কি কলে পঢ়ক

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

নিউজ ডেক্স:

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্ম হোৱা ‘অসম জাতীয় পৰিষদ’ত থাকিব নেকি অভিনেত্ৰী বৰষাৰাণী বিষয়া।গুৱাহাটীৰ প্ৰেছ ক্লাৱত সাংবাদিকৰ এক প্ৰশ্নত কা’ বিৰোধী অভিনেত্ৰী বৰষাই নিজৰ প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।

“প্ৰত্যক্ষ ৰাজনীতি লগত জড়িত নহওঁ বুলি কৈছে।মই এগৰাকীৰ সংস্কৃতিৰ সাধক।সংস্কৃতিৰ লগতে জীৱনটো কটাম বুলি এই মুহূৰ্তলৈ ভাবিছোঁ।গতিকে তাতে থাকিম”- বৰষাই কয়।প্ৰতিজন ভোটাৰৰ ৰাজনৈতিক সজাগতা থকাটো অতি প্ৰয়োজন।আজি জাতিৰ সংকটত।২০২১ চনত জাতিৰ পৰীক্ষা।জাতিৰ জিকিব নে হাৰিব সেইয়া খিলঞ্জীয়া অসমীয়া ওপৰত নিৰ্ভৰ কৰিব।লগতে তেওঁ কয়।

উল্লেখ কা’ বিৰোধীৰ আন্দোলনত শিল্পী সমাজৰ হৈ অভিনেত্ৰী গৰাকীয়ে বলিষ্ঠ কণ্ঠস্বৰে ৰাইজক মোহিত কৰিছিল।তাৰ পৰৱৰ্তী সময়ত একাংশ কা’ সমৰ্থনকাৰীয়ে সামাজিক মাধ্যমত অভিনেত্ৰী গৰাকীক ৰাজনীতিত যাব বুলি ভুৱা প্ৰচাৰ কৰিছিল তাৰ পাছতে বিভিন্ন সময়ত ৰাজনীতিত জড়িত নোহোৱা কথা স্পষ্টকৈ প্ৰকাশ কৰি আহিছিল।

“অসম জাতীয় পৰিষদ’ৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়- জাতিৰ হকে কাম কৰিম বুলি নতুন দলটো জন্ম হৈছে।এইটো এটা ভাল খবৰ।ভৱিষ্যতে কি হয় দেখা যাওঁক।

দলটোক লৈ আশাবাদী নে বুলি অভিনেত্ৰী গৰাকীক প্ৰশ্ন কৰাত তেওঁ কয়- আমি আশা এৰি দিব নোৱাৰো।অসমীয়া খিলঞ্জীয়া সকলোৱে এটাই আশা জাতি, ভাষা, সংস্কৃতিৰ অস্তিত্ব সুৰক্ষা হ’ব লাগে।নতুন আহিব, আহিছে আমি আদৰি লৈ থাকোঁ।ভৱিষ্যতে তাৰ কি ফলাফল হয় দেখা যাব”।

অভিনেত্ৰী বৰষালৈ ৰাজনৈতিক দলতো পৰা যোগাযোগ হৈছিল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় সকলোৱে লগত ভাল যোগাযোগ থাকে।প্ৰত্যক্ষ ৰাজনীতিত জড়িত হ’বলৈ বৰ্তমান মুহূৰ্তত মানসিক ভাৱে মই প্ৰস্তুত নহয়”।

নৱপ্ৰজন্মৰ ভোটাৰ তথা আমাক ধৰ্ম, আঁঠুৱা, কম্বলৰ ঊৰ্ধত ৰাজনীতি লাগে।লাগে প্ৰগতি আৰু জাতিৰ সুৰক্ষা- অভিনেত্ৰী গৰাকীয়ে কয়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx