
# ভাৰত গণতান্ত্ৰিক দেশ৷ গণতান্ত্ৰিক দেশত দল গঠন হ’ব পাৰে৷ অসমৰ ৰাইজ সদায় বিজেপিৰ লগত আছে৷ অসমৰ ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে ।
– নতুন দল গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া
# এজেপিয়ে বিজেপিক ৰাজনৈতিকভাৱে ক্ষতি কৰিব নোৱাৰে ৷
-সাংস্কৃতিক মন্ত্ৰী নৱ দলে
# বিজেপি যাব অৰুণোদয়, কলকলতা আঁচনি লৈ ৰাইজৰ ঘৰে ঘৰে৷ নতুন দল ঘৰে ঘৰে যাব চান্দাৰ বহী লৈ ৷
-জয়ন্তমল্ল বৰুৱাৰ কটাক্ষ
# প্ৰলোভনৰ ৰাজনীতিৰে ৰাইজক বিপথে পৰিচালিত কৰিব বিজেপিয়ে ৷
-লুৰিণজ্যোতি গগৈ
# ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে কাম কৰি থকা হৈছে৷ অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে আমি কাম কৰিম ৷
-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল












