গুৱাহাটী : কামৰূপ(ম) জিলাত শনিবাৰে ড্ৰাই ডে ঘোষণা। শ্ৰীমন্ত শংকৰদেৱ জন্ম মহোৎসৱৰ বাবে জিলাখনত ঘোষণা কৰা হৈছে ড্ৰাই ডে। উল্লেখ উক্ত সময়ছোৱাত জিলাখনত সুৰা ক্ৰয় আৰু বিক্ৰী সকলো বন্ধ থাকিব।

© 2020 Assam Times Post. | Powered By Webx