নিউজ ডেস্ক:
অৱশেষত পদত্যাগ কৰিলে আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ প্ৰদীপ কুমাৰে। এছ আই পৰীক্ষা কেলেংকাৰীৰ পাছতে পদত্যাগ কৰে তেওঁ।এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে প্ৰদীপ কুমাৰে।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx