ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জন্মগতভাবে বধিৰ সমগ্ৰ বিশ্বৰ ৩.৫ কোটি শিশু : আপোনাৰ শিশুটিয়ে সঠিকভাৱে শুনেনে?

ASSAM TIMES POST by ASSAM TIMES POST
September 27, 2020
Reading Time: 1 min read
A A
0
জন্মগতভাবে বধিৰ সমগ্ৰ বিশ্বৰ ৩.৫ কোটি শিশু : আপোনাৰ শিশুটিয়ে সঠিকভাৱে শুনেনে?

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

ছেপ্টেম্বৰ মাহৰ শেষৰটো দেওবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বধিৰ দিৱস (ৱর্ল্ড ডেফ ডে)। আজি ভাৰতসহ বিশ্বৰ প্রায় ১৩০খন দেশত এই দিৱস পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাব মতে, বিশ্বৰ মুঠ জনসংখ্যাৰ প্রায় ৫% মানুহৰ শ্রবণ ক্ষমতাৰ ঘাটি আছে। সংখ্যাৰ হিচাবত প্রায় ৪৬ কোটি ৬০ লাখ।

01673e9f34b4fc64984ecab34f95d08cc4458e99 | ASSAM TIMES POSTবিশেষজ্ঞসকলে আশঙ্কা কৰা মতে, আগন্তুক ৩০ বছৰত অর্থাৎ ২০৫০ চনত এই সংখ্যা বাঢ়ি হ’ব ৯০ কোটি। বিশ্বৰ প্রায় ৩ কোটি ৪০ লাখ শিশুৰ শ্রবণ প্রতিবন্ধকতা আছে। তাৰ ভিতৰত ৬০ শতাংশৰ এই প্রতিবন্ধকতা প্রতিৰোধ কৰা সম্ভৱ আছিল। কেৱল সচেতনতাৰ অভাৱত এইসকল শিশুই বিশেষ ক্ষমতাসম্পন্ন হৈ দিন কটাবলগা হৈছে।

শ্রবণ সংক্রান্ত সমস্যা আৰু প্রতিবন্ধকতাক লৈ সাধাৰণ মানুহক সচেতন কৰিবলৈ ‘ৱর্ল্ড ফেডাৰেচন অব ডেফ’ৰ উদ্যোগত ১৯৫১ চনত ৰোমত প্রথম শ্রবণ প্রতিবন্ধকতা দিৱস পালন আৰম্ভ হয়। কাণেৰে শুনিলেহে শিশুই কথা ক’ব শিকে। কিন্তু জন্মৰ পৰাই যদি শিশুৰ কাণত একো শব্দ নোসোমায় তেনেহ’লে কথা ক’বলৈ শিকাৰ কোনো প্রশ্নই নাহে বুলি কয় কলকাতাৰ নাক-কান-ডিঙিৰ চিকিৎসক দ্বৈপায়ন মুখাৰ্জীয়ে।

preschool | ASSAM TIMES POSTপৰিসংখ্যা অনুযায়ী ১০০ জন শিশুৰ ভিতৰত ৪ জনে স্বাভাবিকভাবে শুনিবলৈ নাপায়। অথচ পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যসকল সেই বিষয়ত সচেতন নহয়। ফলত শিশুই কথা ক’বলৈ নিশিকে। বিচিজি বা অন্যান্য টীকাৰ দৰে ইউৰোপ-আমেৰিকাত সদ্যোজাত শিশুৰ শ্রবণ ক্ষমতা পৰীক্ষা কৰাটো বাধ্যতামূলক। আমাৰ দেশৰ কিছু কিছু বেচৰকাৰী হস্পিটেলত এই টেস্ট কৰা হ’লেও সেয়া সংখ্যাত নগণ্য।

জন্মৰ সময়ত শ্রবণ শক্তি স্বাভাবিক থাকিলেও ৩/৪ বছৰ বয়সত মেনিনজাইটিছ, টাইফয়েড বা এনকেফেলাইটিছ হ’লেও শ্রবণ ক্ষমতা কমি যোৱাৰ সম্ভাৱনা থাকে। অন্য বহু অসুখৰ দৰেই কাণেৰে শুনাৰ অসুবিধাক যদি জন্মৰ সময়ত নির্ণয় কৰা যায়, তেনেহ’লে লগে লগে হিয়াৰিং এইড দি বা দৰকাৰ হ’লে কক্লিয়াৰ ইমপ্লেণ্ট কৰি শিশুক শব্দৰ জগতলৈ ঘূৰাই অনাটো কঠিন নহয় বুলি চিকিৎসকে কয়।

আনহাতে, গর্ভাৱস্থাত হ’বলগীয়া মাতৃৰ কোনো অসুখ যেনে মাম্পছ, ৰুবেলা, হাৰপিছ, চিকেন পক্স বা টক্সোপ্লাছমোছিছৰ দৰে ভাইৰাছজনিত সংক্রমণ হ’লে শিশুই জন্মগতভাবে শ্রবণ ক্ষমতা হেৰুৱাই পেলায়। গর্ভাৱস্থাত যদি মাতৃয়ে পার্শ্ব প্রতিক্রিয়া থকা ঔষধ খায়, তেতিয়া শিশু বধিৰ হৈ জন্মা হ’ব পাৰে। সন্তান ধাৰণৰ সময়ত ঔষধ খোৱাৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।

চিকিৎসকে দিয়া ফলিক এচিড বা আয়ৰনৰ বাহিৰে অন্য কোনো ঔষধ খোৱা ঠিক নগয়। অৱশ্যে উচ্চ ৰক্তচাপ, ছুগাৰ বা অন্যান্য ক্রনিক অসুখ থালিলে তাৰ ঔষধ খাবই লাগিব।
আনহাতে, গর্ভাৱস্থাত মাতৃৰ আঘাত লাগিলেও শিশুৰ শ্রবণযন্ত্র ক্ষতিগ্রস্ত হ’ব পাৰে। কাণৰ গঠনগত কিছু ত্রুটি-বিচ্যুতি থাকিলে শিশু বধিৰ হৈ জন্মলাভ কৰে। বহুতৰে আকৌ সৰু বয়সত নানা শাৰীৰিক কাৰণত শ্রবণ ক্ষমতা লোপ পায়।

কাণ বা শ্রবণযন্ত্রৰ বিশেষকৈ অন্তঃকর্ণৰ কোনো গঠনগত ত্রুটি থাকিলে জন্মৰ সময়ৰ পৰাই শিশুই কাণেৰে নুশুনে। শুনাৰ বাবে প্রয়োজনীয় নার্ভ  অডিটৰী নার্ভ। এই স্নায়ুৰ আশেপাশে কোনো টিউমাৰ থাকিলে কাণেৰে শুনাৰ সমস্যা হয়। বংশগত কাৰণতো শিশু বধির হৈ জন্মিব পাৰে।  আকৌ জন্মৰ সময়ত কোনো সমস্যা নাথাকিলেও জন্মৰ পিছত নানা কাৰণত শ্রবণ ক্ষমতা কমি যাব পাৰে। তেনে ক্ষেত্রতো অবিলম্বে সঠিক চিকিৎসাৰ সহায় নল’লে কথা কোৱাসহ ব্যক্তিত্ব বিকাশত অসুবিধা হয়। একুৱার্ড অর্থাৎ জন্মৰ পিছত নানা কাৰণত শিশুৰ শ্রবণ যন্ত্র ক্ষতিগ্রস্ত হয় । যিসকল শিশু নির্ধাৰিত সময়তকৈ বহু আগতেই ভূমিষ্ঠ হয় আৰু স্বাভাবিকতকৈ বহু কম ওজন লৈ জন্মে, তেওঁলোকৰ ক্ষেত্রত এনে সমস্যা হ’ব পাৰে।

আঘাত বা অন্য কোনো কাৰণত কাণৰ পর্দা ক্ষতিগ্রস্ত হ’লে আৰু সময়মতে চিকিৎসা নহ’লে শিশুৰ কাণৰ শুনাৰ ক্ষমতা নষ্ট হৈ যায়। শিশুৰ কাণত কিবা সোমালে আৰু সেয়া কাণৰ ভিতৰত থাকি গ’লে শ্রবণযন্ত্র ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থাকে।

আনহাতে, কাণত ময়লা সোমালে খোঁচা-খুঁচি কৰিলে কাণৰ পর্দা ক্ষতিগ্রস্ত হয়, ফলত শুনাৰ ক্ষমতা ধীৰে ধীৰে লোপ পায়। মনত ৰাখিব কোনো শব্দ হ’লে শিশুই মূৰ ডাঙি চোৱা, বা চক খাই উঠেনে নাই তাক লক্ষ্য কৰিব। অলপ ডাঙৰ হ’লে পিতৃ-মাতৃৰ কণ্ঠ চিনিব পাৰে। ১৫ মাহ বয়সত শিশুই মা, দেউতা, দাদা ইত্যাদি ক’বলৈ শিকে। ক’ব নোৱাৰিলে বুজিব লাগিব সমস্যা আছে। এনে ক্ষেত্রত যিমান দ্রুততাৰে সম্ভব পৰীক্ষা কৰাই ল’ব লাগে।

পৰীক্ষা কৰি যদি জনা যায় যে শ্রবণ সহায়ক নার্ভ দুর্বল, তেতিয়া সৰু বয়সৰ পৰাই ‘হিয়াৰিং এইড’ দিব লাগিব। উচ্চক্ষমতা সম্পন্ন ‘ডিজিটেল হিয়াৰিং এইড’-এ কাণেৰে শুনাৰ সকলো ঘাটি দূৰ কৰিব পাৰে। সৰুৰে পৰা ‘হিয়াৰিং এইড’ ল’লে শিশুই সোনকালে মানি ল’ব পাৰে। ভবিষ্যতে কোনো সমস্যাও নহয়। যদি কোনো শিশুৰ ককলিয়াৰ নার্ভ ক্ষতিগ্রস্ত হয় তেনেহ’লে ‘হিয়াৰিং এইড’ দিলেও কোনো লাভ নহয়। এওঁলোকৰ শ্রবণ ক্ষমতা ঘূৰাই অনাৰ একমাত্র উপায় ককলিয়াৰ প্রতিস্থাপন। ইয়াৰ পিছত অডিওলজিস্ট আৰুস্পিচ থেৰাপিষ্টেৰে  নিয়মিত প্রশিক্ষণ দিয়ক।

পাঁচ বছৰ বয়সৰ ভিতৰত শিশুৰ শুনাৰ ক্ষমতা ঘূৰি নাহিলে স্বাভাবিকভাবে কথা শিকিবলৈ আৰু ক’বলৈ অসুবিধা হয়। শিশুৰ উপৰি বেছি বয়সতো নানা কাৰণত শ্রবণ ক্ষমতা লোপ পাব পাৰে। চছমাৰ দৰেই হিয়াৰিং এইডকো জীবনৰ অঙ্গ কৰি ল’লে সুস্থ জীবন যাপন অনায়াসে কৰিব পৰা যায়। কোলাহলপূৰ্ণ জগতৰ পৰা বিচ্ছিন্ন হৈ থাকিব পৰা নাযায়।  আন্তর্জাতিক বধিৰ দিৱসত এয়াই শপত হওক।

সৌজন্য : আনন্দবজাৰ পত্ৰিকা

Tags: featured3
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx