ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2026
Reading Time: 1 min read
A A
0
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

দিল্লীৰ লালকিল্লাৰ (Red Fort of Delhi) সমীপৰ গাড়ী বোমা বিস্ফোৰণ (Nearby car bomb explosion)ৰ গোচৰত আদালতত অতিৰিক্ত অভিযোগনামা দাখিল (Filing an additional complaint) কৰা হৈছে। ইয়াত তিনিজন লোকৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। তিনিওজনেই জম্মু-কাশ্মীৰৰ বাসিন্দা। মুজাফ্ফৰ আহমেদ ওৰফে ফৰাজ ওৰফে জাফৰ নামৰ এজন শিশু চিকিৎসকো এই তালিকাত আছে। ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ সৈতেও তেওঁ জড়িত আছিল। বিস্ফোৰণৰ পিছত তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।

দিল্লী বিস্ফোৰণৰ তদন্তত ইতিমধ্যে চিকিৎসক-সন্ত্ৰাসবাদী মডিউলটো পোহৰলৈ আহিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই সেই সন্ত্ৰাসবাদী মডিউলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা বহু লোক জম্মু-কাশ্মীৰৰ বাসিন্দা। আল-ফালাহ বিশ্ববিদ্যালয়ৰ সৈতেও কোনোবা নহয় কোনোবা প্ৰকাৰে জড়িততা আছিল। এইবাৰ উক্ত তদন্তৰ ভিত্তিত তদন্তকাৰীয়ে আৰু তিনিজন লোকৰ নাম বিচাৰি উলিয়াইছে।

শেহতীয়াকৈ দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত দিল্লী বিস্ফোৰণৰ গোচৰত এন আই এয়ে অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে। গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভতো নিয়াই এক বিবৃতি প্ৰকাশ কৰিছে। পলাতক চিকিৎসক মুজাফ্ফৰৰ কথাও তাত উল্লেখ আছে। নিয়াই জনোৱা মতে, বিস্ফোৰণৰ এজন অভিযুক্ত চিকিৎসক আদিল আহমেদৰ ককায়েক হৈছে মুজাফ্ফৰ। তেওঁৰ এমবিবিএছ আৰু এমডি ডিগ্ৰী আছে।

delhi1 | ASSAM TIMES POST
দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

তদন্তত প্ৰকাশ পাইছে যে মুজাফফাৰ আল কায়দাৰ সৈতে জড়িত ‘আনছাৰ গাজৱাত-উল-হিন্দ (এজিইউএইচ) অন্তৱৰ্তীকালীন’ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। যোৱা বছৰৰ নৱেম্বৰ মাহত লালকিল্লাৰ সমীপত সংঘটিত সংঘটিত বিস্ফোৰণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আছিল তেওঁ।

নতুন চাৰ্জশ্বীট দাখিল কৰাৰ পিছত দিল্লী বিস্ফোৰণৰ অভিযুক্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে। মূল অভিযুক্ত চিকিৎসক ওমৰ উন নবীও তালিকাত আছে। বিস্ফোৰকভৰ্তি বাহনখন চলাই থকা অৱস্থাত গাড়ী বোমা বিস্ফোৰণত তেওঁৰ মৃত্যু হয়। নিয়াৰ মতে, বিস্ফোৰণ সংঘটিত কৰাৰ ষড়যন্ত্ৰত ওমৰো মুজাফ্ফৰৰ সৈতে জড়িত আছিল। তেওঁলোকৰ সৈতে আছিল আন অভিযুক্ত আদিল, মুজাম্মিল আৰু মুফতি।

এক বিবৃতিত তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, ২০২২ চনৰ জুন মাহত শ্ৰীনগৰত এখন গোপন বৈঠক অনুষ্ঠিত হৈছিল। তাত মুজাফ্ফৰ উপস্থিত আছিল। উক্ত বৈঠকতে ‘AGUH Interim’ গঠন হৈছিল আৰু আদিলৰ ককায়েক আছিল সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্য। তদন্তকাৰীয়ে জনোৱা মতে, মুজাফ্ফৰে ওমৰ আৰু মুজাম্মিলৰ সৈতে মিলি বিস্ফোৰক তৈয়াৰ কৰিছিল। তদন্তত দেখা গৈছে যে তেওঁলোকে ট্ৰাইএচিটন ট্ৰাইপেৰাক্সাইড (ঘৰতে বনোৱা এক প্ৰকাৰৰ বিস্ফোৰক) তৈয়াৰ কৰিছিল। বিস্ফোৰণৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছে। তেওঁৰ বিৰুদ্ধে জাৰি কৰা হৈছে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা। তদন্তকাৰীয়ে তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।

Tags: Delhicarblast
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx