ষ্টাফ ৰিপ’ৰ্টাৰ:
৬ দিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হ’ল পিকে দত্তক৷ কামৰূপ জিলাৰ চিজেএম আদালতে আজি এছআই পৰীক্ষা-কাণ্ডৰ মাষ্টাৰ মাইণ্ডজনক চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে চিআইডিয়ে ৭ দিনৰ বাবে দত্তক তেওঁলোকৰ জিম্মাত ৰাখিব বিচাৰিছিল যদিও আদালতে ছয় দিনৰ বাবে এই জিম্মা মঞ্জুৰ কৰে৷
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx