ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰণৱ বৰুৱা কলাক্ষেত্ৰকে ধৰি নগাঁৱৰ চাৰি অনুষ্ঠানলৈ আৰ্থিক অনুদান বিধায়ক ৰূপক শৰ্মাৰ

কলঙক পুনৰ বোৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে : বিধায়ক ৰূপক শৰ্মা

News Desk by News Desk
October 12, 2020
Reading Time: 1 min read
A A
0
প্ৰণৱ বৰুৱা কলাক্ষেত্ৰকে ধৰি নগাঁৱৰ চাৰি অনুষ্ঠানলৈ আৰ্থিক অনুদান বিধায়ক ৰূপক শৰ্মাৰ

New Logo Smal | ASSAM TIMES POST
নগাঁও : প্ৰথিতযশা চিত্রশিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

RELATED POSTS

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

ইতিমধ্যে নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সন্মুখত, কলং নৈৰ পাৰত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ নিৰ্মানৰ কাম চলি আছে। এই কামৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আজি অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা ১০ লাখ টকাৰ অনুদান আগবঢ়াই নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উক্ত আৰ্থিক অনুদান আগবঢ়াই বিধায়ক ৰূপক শৰ্মাই লৰালি কালতে প্ৰণৱ বৰুৱাৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে প্ৰয়াত শিল্পীগৰাকীৰ পৰা শিল্প-কলা সংস্কৃতিৰ বিষয়ে বহু কথা শিকিছিলো। শিল্পীগৰাকীয়ে সদায় নিজকে তৰুণ মনৰ ব্যক্তি হিচাপে পৰিচয় দি ভাল পাইছিল । তেওঁ এজন উচ্চ খাপৰ শিল্পী আছিল। তেওঁৰ স্মৃতি আমি সদায় যুগমীয়া কৰাৰ লগতে যুৱ প্ৰজন্মক তেওঁৰ সৃষ্টি ৰাজি সমূহক পৰিচয় কৰাই দিব লাগিব। প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ হৈ শৰৎ খাউণ্ড, গিৰীশ দাস, কৌস্তভ কাশ্যাপ বৰুৱা আদিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ইপিনে, সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কয়, কলং নৈ নগাঁৱৰ হৃদপিণ্ড স্বৰূপ। এই কলঙৰ পাৰতে বহি কবি দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, মহিম বৰা আদিকে ধৰি বহু সাহিত্যিকে সাহিত্য চৰ্চা কৰিছিল। শিল্পী প্ৰণৱ বৰুৱায়ো শিল্প চৰ্চা কৰিছিল। এই কলংখনক লৈ নগঞাৰ অলেখ সপোন আছে। বিভিন্ন দল-সংগঠন, নাগৰিকসকলে কলংখনক বোৱাই ৰখাৰ বাবে দাবী কৰি আহিছে। আমিও বিধানসভাত এই সম্পৰ্কে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছোঁ।

ইতিমধ্যে কলংখনক বোৱাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা বছৰ বাৰিষাৰ আগতেই পূৰ্বৰ দৰে কলঙখন বৈ থকা ৰাইজে দেখিবলৈ পাব। তেওঁ লগতে কয় যে নগাঁও চহৰৰ ৰত্নকান্ত বৰকাকতি দলঙৰ সমীপৰ পৰা নগাঁও আইন মহাবিদ্যালয়ৰ দলঙৰ ওচৰলৈকে কলঙৰ পাৰে পাৰে এক ফুট ব্ৰীজ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইপিনে বিধায়ক শৰ্মাই অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে নগাঁও চহৰৰ পূৱ আমোলাপট্টি কালী মন্দিৰ চৌহদত থকা বৈদিক চৰ্চা কেন্দ্ৰলৈ ১০ লাখ টকা, ফৌজদাৰীপট্টিৰ কলা মন্দিৰলৈ ১০ লাখ টকা আৰু নেহৰু যুৱ কেন্দ্ৰলৈ ৮লাখ টকাৰ অনুদান আগবঢ়ায় ।

আনহাতে আমোলাপট্টি কালী মন্দিৰ চৌহদত সুনীল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুদান বিতৰন সভাত বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও চহৰৰ বাট-পথ,নলা-নৰ্দমা নিৰ্মান আদিৰ লগতে ৰূপায়ণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে। পৱিত্র প্ৰাণ শৰ্মাই আঁত ধৰা সভাখনত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, নগাঁও পৌৰসভাৰ অভিযন্তা ৰাজেশ দাস, প্ৰাক্তন মহলা আয়ুক্ত সীমান্ত বৰাৰ উপৰি অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
ADVERTISEMENT
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx