মনোজ কুমাৰ পাঠক
লংকা : লংকাৰ এন-এৰিয়াৰ শাৰদা পল্লীৰ গুদ্দু মজুমদাৰৰ ঘৰৰ পৰা উদ্ধাৰ অজগৰ সাপটো। অজগৰটো প্ৰায় ৬ৰ পৰা ৭ ফুট দীঘল বুলি জানিব পৰা গৈছে। লংকা আঞ্চলিক বনবিভাগক খৱৰ দিয়াত, বনবিভাগে উদ্ধাৰ কৰে অজগৰটো। বৰ্তমান অজগৰটোৰ স্বাস্হ্য পৰীক্ষা কৰি লামডিং সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হ’ব বুলি লংকা আঞ্চলিক বন বিষয়াই জানিবলৈ দিয়ে।