
অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল অন্যতম অভিযুক্ত অসম আৰক্ষী উচ্চ পদস্ত বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ ডিজিপি কাৰ্যলয়ত উপস্থিত। কৰিমগঞ্জ তদানীন্তন এছ পি পৰা ইতিমধ্যে বদলি কৰা হৈছে জ্যেষ্ঠ বিষয়াগৰাকীক।
উল্লেখ অসম আৰক্ষীয়ে দুদিন ইতিমধ্যে জেৰা কৰিছে আৰক্ষী বিষয়াগৰাকীক। বুধবাৰে পুনৰ চিআইডি কাৰ্যলয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও আৰক্ষীৰ বিষয়াগৰাকীক হাজিৰ হোৱা নাছিল চিআইডি কাৰ্যলয়ত।
অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কাৰ্যলয়ত উপস্থিত হৈছেগৈ বিষয়াগৰাকী। গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে কৃষ্ণ। কৃষ্ণ বিৰুদ্ধে আছে এছ আই প্ৰশ্ন কাকত ৪০ লাখ টকাৰ বিনিময়ত ফাদিলৰ গুৰুত্বৰ অভিযোগ।












