ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ ক্ৰমাৎ সুস্থ:

ASSAM TIMES POST by ASSAM TIMES POST
October 24, 2020
Reading Time: 1 min read
A A
0
ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ ক্ৰমাৎ সুস্থ:

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

নিউজ ডেক্স:

ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ ক্ৰমাৎ সুস্থ হৈ উঠিছে৷ কপিল দেৱৰ অসুস্থতাৰ খবৰ বিয়পি পৰাত ক্ৰিকেট মহলৰ লগতে অনুৰাগীসকলৰ মাজত উদ্বেগ বৃদ্ধি পায়৷ উল্লেখ্য যে বৃহস্পতিবাৰে বুকুৰ বিষ অনুভৱ কৰাত কপিল দেৱক দিল্লীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল৷

Kapil Dev poses with the Prudential World Cup 16a87f10dd6 large e1603541964856 | ASSAM TIMES POSTএকে দিনাই তেওঁক এঞ্জিৱপ্লাষ্টি কৰা হয়৷ কেৱল ক্ৰিকেট খেলতে নহয়, প্ৰাক্তন ভাৰতৰ অধিনায়কজন গল্ফৰ ফিল্ডত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে৷ স্মৰ্ত্তব্য যে তেওঁৰ অধিনায়কত্বতে প্রথম বিশ্বকাপৰ সোৱাদ পাইছিল দেশবাসীয়ে৷ চিকিৎসালয়ৰ সূত্ৰে জানিব পৰা মতে ৬১ বছৰীয়া এই প্রাক্তন ক্রিকেটাৰজনৰ অস্ত্রোপচাৰ সফল হৈছে৷

বৰ্তমানে তেওঁ আৰোগ্যৰ পথত৷ ১৯৮৩ চনৰ বিশ্বকাপ জয়ী দলৰ সদস্যৰ এটা ৱাটছেপ গ্ৰুপত কপিল দেৱৰ একালৰ সতীৰ্থই লিখিছে, তেওঁ সোনকালে সুস্থ হৈ উঠিব৷ বহু কঠিন সময় সলনি কৰি দিব পাৰিছে৷

ইয়াৰ বিপৰীতে কপিল দেৱে লিখিছে, মই ভাল হৈছো আৰু সুস্থ হৈছো৷ অতি সোনকালে আৰোগ্য হোৱাৰ পথত৷ গল্ফৰ পথাৰলৈ ঘুৰি যোৱাৰ আশাত ৰৈ আছো৷ আপোনালোক মোৰ পৰিয়াল৷ আপোনালোকক ধন্যবাদ৷

Tags: featured3
Share4Tweet3Send

Related Posts

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

by News Desk
August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

by News Desk
August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

by News Desk
August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

by News Desk
August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

by News Desk
August 14, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

by News Desk
August 13, 2026
50
ADVERTISEMENT
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT