নিউজ ডেক্স:
এইবাৰ চর্চা আৰম্ভ হৈছে ৰণবীৰ কাপুৰক লৈ। ইয়াৰ কাৰণ হ’ল ৰণবীৰ কাপুৰে কিনিছে এখন ইলেক্ট্রিক বাইক। আৰু তাকে লৈ এতিয়া চৰ্চা।
কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল বাইকখনৰ দাম শুনিলে চকু কপালত উঠিব। জানিব পৰা মতে, বিশ্বৰ কুলেষ্ট ফল্ডেবল ই-বাইকখনৰ মূল্য ভাৰতীয় মুদ্রাত ১ লাখ ৪৬ হাজাৰ ৫০০ টকা।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx