ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পূজা চাবলৈ গৈ দুধনৈত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ যুৱকৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 25, 2020
Reading Time: 1 min read
A A
0
পূজা চাবলৈ গৈ দুধনৈত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ যুৱকৰ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

ষ্টাফ ৰিপ’ৰ্টাৰ:

মহাষ্টমীৰ সন্ধিয়া দুধনৈৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষত হুৱাদুৱা লাগি পৰে অঞ্চলটোত৷ এখন স্কৰপিঅ’, এখন ট্ৰাক আৰু অল্ট’ৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। ইয়াৰে অল্ট’ বাহনখন ছিটিকি গৈ পথাৰত পৰে আৰু বাকী দুখন ৰাজপথতে চূৰ্ণ-বিচূৰ্ণ হয়৷

দুৰ্ঘটনাটোত এ এছ১৮ডি ৬৯৫৭ নম্বৰৰ স্কৰপিঅ’ বাহনৰ ভিতৰত আবদ্ধ হৈ পৰে ৪ যুৱক৷ স্থানীয় ৰাইজ আৰু দুধনৈ আৰক্ষীৰ সহযোগত ধ্বংসপ্ৰাপ্ত বাহনখনৰ পৰা এজনক উদ্ধাৰ কৰি গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়৷

আন তিনিজনক বহু সময় কষ্ট কৰি উদ্ধাৰ কৰা হয় যদিও বাহনখনৰ চালক বিক্ৰম সাহা আৰু আৰোহী শান্তু দে’ই গাড়ীৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটি লয়। আনহাতে, অতি সংকটজনক অৱস্থাত ঋষভ গুহক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মাজ ৰাস্তাতে তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, চাৰিও বন্ধুৱে কৃষ্ণাইৰ নিজ ঘৰৰ পৰা পূজা চাবলৈ আহিছিল৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, দুধনৈৰ পৰা কৃষ্ণাই অভিমুখে তীব্ৰ গতিত গৈ থকা স্ক’ৰপিঅ’খনে লেলা পোৱাৰ আগতে এখন অল্ট’জ অভাৰটেক কৰিবলৈ গৈ খুন্দা মাৰে। তাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ দিশৰ পৰা আহি থকা আন এখন ট্ৰাকক প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে। আনহাতে, অল্ট’খন ছিটিকি গৈ পথাৰত পৰে৷ সৌভাগ্য ক্ৰমে অল্ট’ৰ চালকজন ৰক্ষা পৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx